সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#afspaact

নাগালেণ্ডত আফস্পা আইন বাতিলৰ দাবীত প্ৰতিবাদ

আজি পুৱা ৬ বজাৰ পৰা আফস্পা আইন বাতিলৰ দাবীত আৰু মন জিলাৰ গণ হত্যাৰ ন্যায়ৰ দাবীত নাগালেণ্ডৰ শ শ নগা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগালেণ্ড চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি, মাস্ক পৰিধান কৰি ছয় বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি ৭০ বছৰীয়া বয়সৰ…

নাগালেণ্ডত পুনৰ আন্দোলন আফস্পা আইন বাতিলক লৈ

আফস্পা আইন বাতিলক লৈ নাগালেণ্ডত আন্দোলন। ৩০ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰে। এই কাৰ্যক প্ৰতিবাদ জনাই অহা ১০ জানুৱাৰীত ডিমাপুৰৰ পৰা ক’হিমালৈ প্ৰায় ৭২ কিলোমিটাৰ জোৰা বিশাল গণ প্ৰতিবাদী সমদল…