নাগালেণ্ডত আফস্পা আইন বাতিলৰ দাবীত প্ৰতিবাদ
আজি পুৱা ৬ বজাৰ পৰা আফস্পা আইন বাতিলৰ দাবীত আৰু মন জিলাৰ গণ হত্যাৰ ন্যায়ৰ দাবীত নাগালেণ্ডৰ শ শ নগা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগালেণ্ড চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি, মাস্ক পৰিধান কৰি ছয় বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি ৭০ বছৰীয়া বয়সৰ…