সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#actor

চেন্নাইত শেষ নিশ্বাস ত্যাগ অভিনেতা কিশোৰ দাসৰ

অভিনেতা কিশোৰ দাসে শনিবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কিশোৰ৷এমাহ দিন ধৰি আছিল গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা কিশোৰ দাস শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে গৈছিল…

অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই

অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই। প্ৰাপ্ত খবৰ অনুসৰি আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৪০ বছৰীয়া যশস্বী অভিনেতা গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ মাতৃ আৰু দুই ভগ্নীক ইহ সংসাৰত এৰি থৈ যায়। ৰিয়েলিটি শ্ব' বিগ বছ অ'টিটি আৰু…