সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#abha

চৌদি আৰৱৰ আভা বিমানবন্দৰত ২৪ ঘন্টাত দুটাকৈ ড্ৰোন আক্ৰমণঃ ৮ জন আহত

দক্ষিণ-পশ্চিম চৌদি আৰৱৰ আভা বিমানবন্দৰত মঙলবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ ড্ৰোন আক্ৰমণ। এই আক্ৰমণত ৮ জন লোক আহত হোৱাৰ লগতে এখন বিমানো ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত আভা বিমানবন্দৰত এয়া আছিল দ্বিতীয়টো ড্ৰোন…