দেশত বিলাহী কিনিলে ,নিব লাগিব ‘বন্দুকো’ !

২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ক্ষমতালৈ আহিল বিজেপি চৰকাৰ।মোডীৰ নেতৃত্বত চৰকাৰ অহাৰ পৰাহে দেশত উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে বিজেপিয়ে।স্বাধীনতাৰ পিছৰ ৭০ বছৰত কংগ্ৰেছে একোৱেই নকৰিলে বুলি অভিযোগ কৰি অহা বিজেপিৰ দিনত আকৌ মূল্যবৃদ্ধিয়ে ভালকৈয়ে টেটুচেপা দিছে জনতাক।নিত্য ব্যৱহাৰ্য…

নিজৰ নাক কাটি বিৰোধীৰ যাত্ৰা ভংগ কৰিব আপে ?

আম আদমি পাৰ্টিয়ে বিৰোধী ঐক্যত নথকাটো এতিয়াও স্পষ্ট কৰা নাই যদিও কিন্তু কাৰ্যক্ষেত্ৰত দলটোৱে ঐক্যবদ্ধ বিৰোধীৰ পৰা কিছু দূৰত্ব বৰ্তাই ৰাখিছে। দলটোৰ শেহতীয়া কাৰ্যকলাপ চাই এনে লাগিছে যেন দলটোৱে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাটো একপ্ৰকাৰ নিশ্চিত কৰিয়েই পেলাইছে।দলটোৱে চলিত বৰ্ষৰ শেষত…

ভাৰতীয় দূতাবাসত অগ্নিসংযোগ !

পুনৰ ভাৰতীয় দূতাবাসত সংঘটিত হৈছে আক্ৰমণ। ১ জুলাই শনিবাৰে ‘শিখ ফৰ জাষ্টিছ’ নামৰ খালিস্তানী সংগঠনটোৱে আক্ৰমণ কৰি অগ্নিসংযোগ কৰে আমেৰিকাৰ চান ফ্ৰান্সিস্কোস্থিত ভাৰতীয় দূতাবাসত। বিগত ৫ মাহৰ ভিতৰত এয়া হৈছে ভাৰতীয় দূতাবাসত সংঘটিত দ্বিতীয়টো আক্ৰমণ।উল্লেখযোগ্য যে শিখ ফৰ জাষ্টিছৰ নেতা…

মণিপুৰ জ্বলিছে, অসম ডুবিছে অথচ বাইডেনৰ পত্নীলৈ হীৰাৰ আঙঠি !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে আমেৰিকাত।অথচ দেশৰ নাগৰিকৰ আৰ্তনাদ শুনিবলৈ সময় নাই প্ৰধানমন্ত্ৰী মোডীৰ।অসমৰ সন্মান গামোচা ডিঙিত লৈ অসমৰ মানুহক বাৰে-বাৰে আভুৱা ভৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া আমেৰিকাত।কূটনৈতিক ভ্ৰমণত। ইফালে আকৌ অসম আজি পানীৰ…

কথা বেছি কোৱা বাবেই বিপদত পৰে নেকি প্ৰধানমন্ত্ৰী?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিউজ নেশ্যনৰ এটা সাক্ষাৎকাৰত তেওঁৰ টেকনলজীৰ প্ৰতি থকা আগ্ৰহৰ বাবে ১৯৮৭ চনতেই ইমেইল ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল।কিন্তু মোডীক বাদ দি সমগ্ৰ দেশত প্ৰথম ইমেইল ব্যৱহাৰ হৈছিল ১৯৯০ চনৰ পিছতহে।মোডীয়েই একমাত্ৰ ব্যক্তি যিগৰাকীয়ে নেকি দেশত ইমেইল ব্যৱহাৰৰ…

টেনচন বাঢ়িছে বিজেপিৰ !

বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা বিজেপিৰ বাবে আছিল এক প্ৰচণ্ড মূৰৰ কামোৰণি।ভাৰত জোড়ো যাত্ৰাই জনতাৰ লগত এক নিকট সম্পৰ্ক স্থাপনত সহায় কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা দিল্লীত প্ৰৱেশৰ সময়তে আনকি ক’ভিডৰ ঢৌ…

সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে অসমৰ বিশিষ্ট নাগৰিকৰ গোহাৰি

মণিপুৰৰ অশান্ত পৰিস্থিতিয়ে আমাক উদ্বিগ্ন আৰু চিন্তান্বিত কৰি তুলিছে। আজি এমাহতকৈও বেছি দিন ৰাজ্যখনত ভাতৃঘাতী সংঘৰ্ষ চলি আছে। এশজনতকৈও অধিক লোক ইতিমধ্যে হিংসাৰ বলি হৈ মৃত্যুমুখত পৰিছে। শ শ ঘৰ-বাৰী জ্বলাই ধ্বংস কৰি পেলোৱা হৈছে।হাজাৰ হাজাৰ মানুহ নিজৰ ঘৰৰপৰা পলাই…

চৰকাৰী কৌশল : শাসকৰ স্বাৰ্থত জিলাই জিলাই সমষ্টিৰ সংখ্যা হ্ৰাস আৰু বৃদ্ধি

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত । অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰন আইন ২০০২ অনুসৰি । এই আইন অনুসৰি , সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হয় ২০০১ চনৰ লোকপিয়ল অনুসৰি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰতিখন জিলাত কিমান…

পুনৰ হাতময় হ’ব ৰাজস্থান !

ৰাজস্থানত অহা নবেম্বৰ মাহত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷বৰ্তমান ৰাজস্থানৰ শাসনত থকা কংগ্ৰেছ দল দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব বুলি আশাবাদী। আগন্তুক বিধানসভাৰ নিৰ্বাচনকলৈ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰস্তুত কৰিছে এক সুকীয়া ৰণ কৌশল !গেহলটৰ নতুন কৌশল অনুসৰি নিৰ্বাচনলৈ দুটা মাহ থকাৰ সময়তে…

বিৰোধীৰ বৈঠকৰ বাবেই ED ৰ তালাচী !

বিহাৰৰ পাটনাত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰতীক্ষিত বৈঠকৰ আগমুৰ্হুতত দেশৰ আয়কৰ বিভাগ আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাজ্যখনৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিল্ডাৰ অজয় কুমাৰ সিনহাৰ বাসগৃহত তালাচী চলাইছে। উল্লেখ্যযে বিল্ডাৰগৰাকী বিহাৰৰ বিত্তমন্ত্ৰী বিজয় কুমাৰ চৌধুৰীৰ খুলশালিয়েক।ব্যৱসায়ী অজয় সিং ওৰফে কাৰু যাদৱ জনতা…