চিঞৰি ৰণত জিকিব নোৱাৰে বিজেপি !

বিজেপিয়ে যিমানেই তালফাল নলগাওক,বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ স্থিতি এটাই।তেওঁ নিজৰ স্থিতিত অটল।তেওঁ নিজৰ স্থিতিত দৃঢ়।কোনো কাৰণতে সলনি নকৰে তেওঁৰ সংগী।নিজৰ দৃঢ় স্থিতিৰ স্পষ্ট ইংগিত দিবলৈকে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু পৰিৱেশ মন্ত্ৰী তেজ প্ৰতাপ যাদৱক লগত লৈ একেখন…

জ্বৰে এৰিলেও পাটীয়ে নেৰা হৈছে বিজেপিক !

ভয়ংকৰ হতাশগ্ৰস্ততাত ভুগিছে বিজেপি।একেলেথাৰিয়ে ৯ বছৰ শাসনত থাকি ক্ষমতা হেৰুওৱাৰ ভয়ে জুৰুলা কৰিছে বিজেপিক।কি কৰিব ,কলৈ যাব হৈছে বিজেপিৰ অৱস্থা।এবাৰ যদি বিষয়ববীয়াক সতৰ্কবাণী শুনাইছে,এবাৰ নেতা কৰ্মীক মুখ বন্ধ কৰাৰ নিৰ্দেশ দিছে।মুঠতে বাকী চব জহন্নামে যাওক,বিজেপি ক্ষমতাত থাকক -এই আশাত বন্দী…

লুকাভাকু নহয়,ভঙাপতাৰ খেল মুখ্যমন্ত্ৰী হিমন্তৰ !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱা দিন ধৰি ৰাজ্যখনত আৰম্ভ কৰিছে ধ্বংসযজ্ঞ।এফালৰ পৰা ভাঙি গৈছে ৰবীন্দ্ৰ ভৱন,হাইকৰ্ট,ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ,ডিচিৰ কাৰ্যালয়।আনহাতে,গুৱাহাটীৰ য’তেত’তে খুলিছে পাৰ্ক,য’তেত’তে বনাইছে ফ্লাইঅভাৰ,ফুটব্ৰীজ ।এইবাৰ মুখ্যমন্ত্ৰীক লাগে হোটেল।হোটেল মানে এলাপেচা হোটেল নহয় একেবাৰে পঞ্চতাৰকাযুক্ত হোটেলতাকো আকৌ গুৱাহাটী…

প্ৰধানমন্ত্ৰী মোডীক দেখিলে Mood off হে হ’ব ভোটাৰৰ !

ব্যক্তি পূজা বাদ দিলে শাসক দল বিজেপিয়ে।কোনো ব্যক্তিকে আৰু পূজা নকৰে বিজেপিয়ে।কাৰো নাম লৈ নিবিচাৰে ভোট ।কোনো বিশেষ ব্যক্তিক হিৰ’ নবনায় বিজেপিয়ে।২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত।লোকসভা নিৰ্বাচনৰ বাবে নিজকে সাজু কৰিছে বিজেপিয়ে।পূব ভাৰতৰ মুঠ ১৪২ খন আসনৰ ১৩০ খন আসন…

পাইলটেই হ’ব ৰাজস্থানৰ পাইলট !

ৰাজস্থান মানেই গেহলট -পাইলটৰ যুঁজ।ৰাজস্থানত বৰ্তমান চলি আছে কংগ্ৰেছ চৰকাৰ।অশোক গেহলটৰ নেতৃত্বত চলি আছে কংগ্ৰেছ চৰকাৰ।আন ৰাজ্যৰ তুলনাত ৰাজস্থানত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ প্ৰবণতা কম।শেহতীয়াকৈ গেহলট চৰকাৰে ৰাজ্যবাসীক দেশৰ ভিতৰতে কম মূল্যত চিলিণ্ডাৰ দি আহিছে।আন ৰাজ্যত চিলিণ্ডাৰৰ দাম যিটো সময়ত ১১৫০ টকা…

শেষৰ গৰাকী কুকিয়েও এৰিলে শেষৰটো নিশ্বাস

ৰঙা কাপোৰ এসাঁজেৰে এগৰাকী মহিলা। নাম হেনো ডনগাইশ্বিঙ। অসমৰ পৰা মণিপুৰৰ খবৰ বুটলিবলৈ যোৱা সাংবাদিকৰ কেমেৰাতো বন্দী হৈছিল ডনগাইশ্বিঙ নামৰ এই মহিলাগৰাকী। ডনগাইশ্বিঙ আজি বাতৰিৰ শিৰোনাম।ডনগাইশ্বিঙ আজি মৃত্যু উপত্যকাৰ হয়তো শেষ খবৰ ।ডনগাইশ্বিঙ হয়তো প্ৰতিবাদৰ অন্তিম কণ্ঠ। ডনগাইশ্বিঙক হত্যা কৰা…

মদ খালেও যাব চাকৰি !

অসম আৰক্ষীৰ ওপৰত প্ৰতিদিনেই বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে।শেহতীয়াকৈ কেইবাটাও ঘটনাই কপাই গ’ল অসম আৰক্ষীক।অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক হত্যা কৰা হ’ল ।বিগত ১৫ মে’ত সংঘটিত এই ঘটনাক প্ৰথমাৱস্থাত দুৰ্ঘটনাৰ ৰূপ দিয়া গৈছিল যদিও পিছলৈ ই এক হত্যাকাণ্ডহে বুলি…

ৰণক্ষেত্ৰ এৰি ছত্ৰভঙ্গ দিছে বিজেপি নেতাই !

যোৰহাট বিজেপিৰ খহনীয়া আজিও অব্যাহত। দলটো এফালৰ পৰা মথাউৰী ভঙাদি ভাঙি গৈয়েই আছে।চৰকাৰ-দল-প্ৰশাসন একাকাৰ হৈ যোৱাৰ অভিযোগৰ সময়তেই অহংকাৰৰ পতন ঘটিল যেন যোৰহাট জিলা বিজেপিৰ মাজত। যোৰহাট জিলা বিজেপিৰ এই সংঘাতে এনে ৰূপ লৈছেগৈ যে ধাৰাবাহিকভাৱে পদত্যাগৰ খবৰ আহিয়েই আছে।প্ৰথম…

প্ৰস্ৰাৱে জ্বলাইছে বিজেপি নেতাক !

বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিৰ অৱস্থা দেশৰ প্ৰায়বোৰ ৰাজ্যতে তথৈবচ।এফালে যদি ক’ৰবাত বিসম্বাদৰ জুয়ে দহিছে, আনফালে কোনোবা জ্যেষ্ঠ কৰ্মীয়ে এৰিছে দল।তাৰমাজতে ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি আন কিছুমান সমস্যা।শেহতীয়াকৈ মধ্য প্ৰদেশত ঘটিল এক অভাৱনীয় ঘটনা।সকলো ফালৰ পৰা হতাশাত ভোগা দলটোক দলৰ…

‘বৰগছ’ত সাংবাদিকৰ কৰ্মশালা

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাৰ বৰগছ ৰিচৰ্টত ৫ জুলাইৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সাংবাদিক কৰ্মশালা। পুৱাৰে পৰা আৰম্ভ হোৱা কৰ্মশালাখনি মুকলি কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে…