মোডীৰ ভ্ৰমণক লৈ অসন্তুষ্ট আমেৰিকাৰ ছিনেটৰ !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তেওঁৰ ৯ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে যোৱা নিশা আমেৰিকাত উপস্থিত হয় ।প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকাৰ ভ্ৰমণক লৈ দেশখনত যিমান লোক উৎসাহিত হৈছে ,তাৰ বিপৰীতে তেওঁৰ ভ্ৰমণৰ বিৰোধিতা কৰা লোকৰ সংখ্যাও কম নহয়। কেইবাটাও দল সংগঠন,মানৱ অধিকাৰ…









