আকৌ উভতি আহিছে নিৰো…!

সম্ৰাট নিৰো ।৫৪ খ্ৰীষ্টাব্দত মাত্ৰ ১৬ বছৰ বয়সত বিশাল এখন দেশৰ সম্ৰাটৰ আসনত অধিষ্ঠিত হয় নিৰো। সেই সময়ত ৰোমৰ সীমা বিয়পি আছিল ব্ৰিটেইনৰ পৰা চিৰিয়ালৈ । নিৰোক ক্ষমতালৈ আনিছিল তেওঁৰ মাতৃ অগ্ৰিপীনাই । ক্ষমতাৰ বাবে ভোকাতুৰ মাতৃৰ কূটকৌশলৰ বাবেই ১৬…

সলনি হ’ব সোণৰ খনিৰ ৰাজ্য কৰ্ণাটক !

কৰ্ণাটকত শাসনৰ বাঘজৰী লোৱাৰ পিছৰে পৰা ছিদ্দাৰামায়া নেতৃত্বাাধীন কংগ্ৰেছ চৰকাৰখন বিভিন্ন ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ পৰিছে।বিজেপি চৰকাৰৰ দিনত গ্ৰহণ কৰা প্ৰায়বোৰ সিদ্ধান্তই সলনি কৰিছে কংগ্ৰেছে।বৃহস্পতিবাৰে ছিদ্দাৰামায়া কেবিনেটে বিজেপি চৰকাৰে গ্ৰহণ কৰা ধৰ্মান্তকৰণ বিৰোধী আইনখন বাতিল কৰে।তদুপৰি বিজেপি চৰকাৰে প্ৰবৰ্তন কৰা…

কিয় লোকসভা নিৰ্বাচন আগুৱাব ?

দেশত লোকসভা নিৰ্বাচন আগুৱাৰ সম্পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে প্ৰায়সংখ্যক বিৰোধী দলেই।দেশৰ প্ৰায়বোৰ ৰাজ্যতেই এতিয়া পূৰ্ণগতিত বিজেপি দলত বিসম্বাদ আৰম্ভ হৈছে। অসম,মণিপুৰ,ত্ৰিপুৰা,মধ্য প্ৰদেশ,তেলেংগানা,ৰাজস্থান,মহাৰাষ্ট্ৰ,কৰ্ণাটক সকলোতেই বিসম্বাদৰ উকমুকনি।তাৰ বিপৰীতে ২৩ জুনত বিহাৰত পুনৰ একত্ৰিত হ’ব বিৰোধী।২০২৪ চনৰ ৰণনীতি প্ৰস্তুত কৰিব বিৰোধীয়ে।তাতেই শংকিত…

একালৰ বৃন্দাবন একালত পৰে চন !

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ বিজেপি নেতা বইজনাথ সিং যাদৱে বুধবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰে।উল্লেখ্য যে মধ্য প্ৰদেশৰ বইজনাথ সিং এগৰাকী প্ৰাক্তন কংগ্ৰেছী আছিল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত একে দিনাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।বুধবাৰে সেই একেজন নেতাই…

মণিপুৰৰ উগ্ৰপন্থী নেতাৰ চিঠিত হিমন্ত বিশ্ব শৰ্মাৰ নাম

এজন উগ্ৰপন্থী নেতাৰ চিঠিছে এতিয়া জোকাৰিছে দেশৰ ৰাজনীতি ।এই চিঠিত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নাম ।উগ্ৰপন্থী নেতাৰ বিস্ফোৰক মন্তব্য – নিৰ্বাচন জিকিবলৈ উগ্ৰপন্থীৰে চুক্তি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।২০১৯ চনৰ ৭ জুনত মণিপুৰ উগ্ৰপন্থী সংগঠন ইউ কে এল…

বিজেপিক বচাব পাৰিবনে ইউনিফৰ্ম চিভিল কোডে ?

মণিপুৰ জ্বলি আছে , আইন শৃংখলা অস্তিত্বহীন , উগ্ৰপন্থীৰে বিজেপি নেতাৰ যোগাযোগৰ অভিযোগ , তাৰ মাজতে এইবাৰ দেশৰ ৰাজনীতিলৈ আমদানি কৰা হৈছে এক নতুন বিতৰ্কৰ। হিন্দুত্ব আৰু নৰেন্দ্ৰ মোদীৰ সহায়ত বিজেপিৰ নিৰ্বাচন বিজয় সম্ভৱ নহয় বুলি আৰ এছে এছে সকীয়ণি…

পানী হিলৈ দলিয়ালে বিজেপিৰ গালৈ !

ইমান দিনে বিজেপিয়েহে বিৰোধীক প্ৰতিহত কৰিবলৈ বিভিন্ন পদক্ষেপ লোৱাৰ কথা শুনি আহিছে সকলোৱে।এইবাৰ কিন্তু বিজেপিক প্ৰতিহত কৰিলে কংগ্ৰেছে।ৰাজস্থানত সংঘটিত হ’ল এই ঘটনা৷মঙলবাৰে ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজস্থান বিজেপিয়ে।বিজেপিৰ সাংসদ কিৰোডী মিনাই ৰাজস্থানৰ জলজীৱন…

অশৰীৰী আত্মাই বিদ্যালয়ত খাইছিল খাদ্য !

বিদ্যালয়ত ভূত? ভূতৰ নামত টকা ঘটিছিল প্ৰধান শিক্ষক তথা অধ্যক্ষই ! হয়,ভূতৰ নামত অবাধে ধন ঘটিছিল অসমৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অধ্যক্ষই।মুঠ ৪ লাখ ৫০ হাজাৰ মান বিগত এটা বছৰে ঘূৰি ফুৰিছিল অসমৰ বিদ্যালয়বোৰত।হয়,এই কথা আমাৰ নহয়,অসমৰ…

মোদী চৰকাৰৰ নিয়ন্ত্ৰণত টুইটাৰ : টুইটাৰৰ প্ৰতিষ্ঠাপকৰ বিস্ফোৰণ

গণতান্ত্ৰিক দেশৰ এখন অগণতান্ত্ৰিক চৰকাৰ । জনগণৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ টুইটাৰক সকীয়ণি মোদী চৰকাৰৰ ।সংবাদ মাধ্যমৰ পাছত সামাজিক মাধ্যমতো চেঞ্চৰশ্বিপ চলাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ।চৰকাৰ বিৰোধী টুইট ডিলিট নকৰিলে ভাৰতত টুইটাৰ নিষিদ্ধ কৰি দিয়াৰ সকীয়ণি দিছিল মোদী চৰকাৰে ।এই…

কিয় বাৰে বাৰে ফুটে জাইকাৰ পাইপ?

জাইকাৰ প্ৰকল্পৰ ডি পি কৰোতেই সাম্ভাৱ্য কেলেংকাৰীৰ উমান পোৱা গৈছিল।জাইকাৰ প্ৰকল্পৰ নামত কোনে খাইছিল কৌটি কৌটি টকা?কিয় চি বি আই তদন্তত ধৰা নপৰে কেলেংকাৰীৰ খলনায়ক? কাৰ ভয়ত থমকিছে লুই বাৰ্জাৰ কেলেংকাৰীৰ চি বি আই তদন্ত? খাৰঘুলিৰ পাছত এইবাৰ চানমাৰি ।…