Category দেশ

এই বৰ্ষত মুকলি হ’ব ডিজিটেল মুদ্ৰা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনৰ সদ্যঘোষিত বিত্তীয় বাজেটত উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ খবৰ হ’ল যে ব্লকচেইনৰ লগতে আন আন প্ৰযুক্তিৰ সহায়েৰে চলিত বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব ডিজিটেল মুদ্ৰা । আশা কৰা হৈছে এই পদক্ষেপে দেশৰ অৰ্থনীতিৰ উন্নয়নত যথেষ্ট…

আশাহত জনতা, বাজেটত কি নাহিল?

দেশৰ বহু আশা আকাংক্ষাৰ মাজত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনে নিজৰ চতুৰ্থখন বাজেট শেহতীয়াকৈ প্ৰকাশ কৰে। বাজেট সন্মিলনত মন্ত্ৰীগৰাকীয়ে নিজৰ ৯০ মিনিটৰ ভাষনেৰে বাজেটৰ বিশ্লেষণ আগবঢ়ায়। সদ্যঘোষিত এই বাজেটৰ আটাইতকৈ ডাঙৰ দুটা ঘোষনা ডিজিটেল দিশৰ ওপৰত আছিল। জনসাধাৰণৰ বহু আকাংক্ষিত…

বাজেটত কি কি বস্তুৰ দাম হ্ৰাস পালে আৰু কি কি দাম বৃদ্ধি পালে-

বাজেটত কি কি বস্তুৰ দাম কমিব- *দাম কমিব মোবাইল ফোনৰ *কাপোৰৰ লগতে কেইবাটাও সামগ্রীৰ দাম হ্ৰাস হ’ব *চাৰ্জাৰ, জোতাৰো হ্ৰাস হ’ব দাম *চামৰা সামগ্রী, বিদেশৰ পৰা অহা মেচিনৰো দাম শীঘ্রই হ্ৰাস হ’ব *হ্ৰাস হ’ব খেতিৰ সা-সঁজুলিৰ দাম *স্টিলৰ সামগ্রীৰ দামো…

২০২২-২৩ বৰ্ষৰ বাজেটত কি কি আছে-

আজি সংসদত দাখিল কৰিলে বাজেট ২০২২-২৩। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে ডিজিটেল পদ্ধতিৰে দাখিল বাজেট। কি কি আছে ২০২২-২৩ৰ বাজেটত- *দ্ৰুতগতিত ভাৰতৰ অৰ্থনীতি আগবাঢ়িছে:- নিৰ্মলা সীতাৰমণ। *উন্নয়নৰ হাৰ ৯.২% হোৱাৰ সম্ভাৱনা *দৰিদ্ৰতা নিৰ্মূল কৰাৰ চেষ্টা অব্যাহত *দৰিদ্ৰৰ জীৱনৰেখা সলনি কৰাৰ…

কি আছে ২০২২-২৩ বিত্তীয় বাজেটত?

কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰিছে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট। আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰৰ কেন্দ্ৰীয় বাজেট বিশেষ ভাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।আনহাতে উত্তৰ পূর্বাঞ্চলৰ বাবে ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটে ১৫০০ কোটি টকা আৱণ্টন দিয়া…

২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা ধন কিয় নাপালে অসমে?

নৰেন্দ্ৰ মোডী চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক ফেব্ৰুৱাৰীত ২০২২-২৩ বিত্তীয় বছৰৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে হয়তো আৰু নতুন নতুন ঘোষণা কৰিব পাৰে। কিন্তু সীতাৰমণে ২০২১ চনৰ এক ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা ২০২১-২২ বিত্তীয় বছৰৰ ঘোষণা…

আকৌ সাম্প্ৰদায়িক সংঘৰ্ষৰ শংকাত কঁপিছে গুজৰাট ৷

গুজৰাটত অকৌ বাজিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ দামামা ৷ গুজৰাটৰ আহমদাবাদ জিলাৰ ধন্ধুকা গাঁৱত এজন হিন্দু যুৱক কিশন ভাৰৱাডৰ হত্যাৰ ঘটনা সংঘটিত হয় ৷ হত্যাত অভিযুক্ত কৰা হয় ইছলামিক মৌলবাদীক ৷ তাৰ পাছৰে পৰা ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে ৷ আহমদাবাদ…

বাজেট মানে কেৱল নিৰ্মলা সীতাৰমণৰ ভাষণ নেকি ?

মঙলবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব ৷ এই বাজেটতো নিশ্চয় নতুন নতুন চমকলগা ঘোষণা কৰা হ’ব ৷ কাৰণ , ইয়াৰ আগৰ বাজেটতো কোভিড সৃষ্ট পৰিৱেশত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ কেতবোৰ ঘোষণা…

বাজেট অধিৱেশনত চৰকাৰে বাজেট দাখিল কৰিব নে ‘পেগাছাছ’ কাণ্ডৰ পৰা নিজকে বচাব

অবৈধ বেদখলকাৰীবোৰ ক’ৰ পৰা আহে?চৰকাৰী ভূমি বেদখলকাৰী কৰিবলৈ মানুহবোৰ ক’ৰ পৰা আহে?বহুতৰ মতে তেওলোক লুঙী টুপী পৰিহিত বাংলাদেশী,তেওলোক বাংলাদেশৰ পৰা আহে৷কিন্তু আজি আমি আলোচনা কৰিম,সচাকৈ চৰকাৰী ভূমি দখল কৰিবলৈ ক’ৰ পৰা আহে বেদখলকাৰী৷ অপৰাধীৰ বিৰুদ্ধে এনকাউন্টাৰতেই কেৱল পার্গত নহয় অসমৰ প্ৰশাসন…

গোমূত্ৰৰে কোভিড নিৰ্মূল কৰা বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত

বিজেপিৰ বিতৰ্কিত নেত্ৰী সাধ্বী প্রজ্ঞা সিংহ ঠাকুৰ আক্ৰান্ত কোভিডত। নেত্ৰীগৰাকীয়ে এটা টুইটযোগে এই কথা সদৰী কৰে । বিগত বৰ্ষত কৰ’না নিৰাময় সন্দৰ্ভত আচহুৱা মন্তব্য কৰি চৰ্চালৈ আহিছিল নেত্ৰীগৰাকী। তেওঁ কৈছিল গোমূত্ৰ সেৱন কৰ’না নিৰাময়ৰ এক উত্তম উপায়। দেশী গৰুৰ মূত্ৰই…