শ্ৰেণী ৰাষ্ট্ৰীয়

মোদী চৰকাৰৰ বিৰুদ্ধে কিয় দেশদ্ৰোহৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে ?

পেগাছাছ ছফটৱেৰ ব্যৱহাৰক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ আক্ৰমনাত্মক হৈ পৰিছে কংগ্ৰেছ দল৷ ২০১৭ চনতে ইজৰাইলৰ পৰা ভাৰতে চোৰাংছোৱা ছফটৱেৰ পেগাছাছ ক্ৰয় ক্ৰয় কৰা বুলি নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ…

উত্তৰ প্ৰদেশ নহয়, গুজৰাটৰ ফলাফলহে আশ্চৰ্যকৰ হ’ব: কিয় ক’লে অখিলেশ যাদৱে ?

উত্তৰ প্ৰদেশত এইবাৰ সমাজবাদী পাৰ্টীৰ জোঁটবন্ধনৰ চৰকাৰ গঠন হ’ব বুলি গভীৰ আত্মবিশ্বাসী অখিলেশ যাদৱ ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বীগৰাকীয়ে কয় যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কোনো আচৰিত হ’বলগীয়া ফলাফল নোলায় ৷ এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফলহে আশ্চৰ্যকৰ…

ভাৰত-বাংলাদেশ সীমান্তত অত্যাধুনিক ফেন্সিঙ : বিশেষত্ব কি ?

ভাৰত-বাংলাদেশ সীমান্তত অত্যাধুনিক ফেন্সিঙৰ কাম আৰম্ভ হৈছে ৷ বিশেষকৈ পশুৰ সৰবৰাহ আৰু মানুহৰ অনুপ্ৰৱেশ ৰোধ কৰিবৰ বাবে বি এছ এফে পশ্চিমবংগ সংলগ্ন সীমান্তত ফেন্সিঙৰ কাম আৰম্ভ কৰিছে ৷ এই অত্যাধুনিক ফেন্সিঙৰ বিশেষত্ন হৈছে যে এই কাটাতাঁৰ কাটিব নোৱাৰি বা ইয়াৰ…

‘নিওকোভ’ আহিছে : কিমান ভয়াৱহ ‘নিওকোভ’?

কোভিডৰ এক নতুন সংস্কৰণ “নিওকোভ”ৰ উপস্থিতি দক্ষিণ আফ্ৰিকাত ধৰা পৰা বুলি সদৰী কৰিছিল চীনৰ এদল বিজ্ঞানীয়ে ৷ তেওলোকৰ মতে বৰ্তমান কেৱল জীৱ- জন্তুৰ মাজত এই ভাইৰাছ সংক্ৰমিত হৈ আছে যদিও অদূৰ ভৱিষ্যতে ই ভয়াৱহ ৰুপ ল’ব পাৰে ৷ চীনৰ বিজ্ঞানীৰ…

জনপ্ৰিয় শিক্ষক খান ছাৰৰ বিহাৰ বন্ধ উঠাই ল’বলৈ অনুৰোধ প্ৰতিবাদী শিক্ষাৰ্থীক

ৰেলৱে পৰীক্ষাত হোৱা বঞ্চনা আৰু অনিয়মৰ বাবে বিহাৰ আৰু উত্তৰ প্ৰদেশত সংঘটিত হয় ভয়াবহ প্ৰতিবাদ। এই প্রতিবাদৰ লগত জড়িত আঠজন শিক্ষাৰ্থীক আটক কৰে আৰক্ষীয়ে। তাৰোপৰি বহুতো coaching center ৰ স্বত্বাধিকাৰীৰ লগতে শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। অভিযোগত নাম সাঙোৰ…