শ্ৰেণী ৰাষ্ট্ৰীয়

এলআইচিও হ’ব নেকি ব্যক্তিগত খণ্ডৰ কোম্পেনী?

কোন মালিক হ’ব এল আই চিৰ? দেশৰ এক বহুত ডাঙৰ কোম্পেনী খবৰৰ শিৰোনামাত৷ কিমান ডা্ঙৰ এই কোম্পেনী? দেশৰ ব্যক্তিগত খণ্ডৰ আটাইতকৈ ডা্ঙৰ কোম্পেনী ৰিলায়েন্স ইণ্ড্ৰাষ্টিজতকৈ তিনিগুণ মুল্যৰ এই কোম্পেনী৷ দেশৰ ৫ জন মানুহৰ এজন এই কোম্পেনীৰ গ্ৰাহক৷হয়, আপুনি ভবাৰ দৰে…

এই বাজেটত কি কি নাই?

বহু অপেক্ষা আৰু প্ৰতীক্ষাৰ অন্তত মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰিলে ২০২২ বৰ্ষৰ বাজেট ৷ এই বাজেটত নাই কোনো চমৎকাৰ ঘোষণা , নাই চাকৰিয়ালৰ বাবে আশাৰ বতৰা , সুখবৰ আছে কেৱল কৰ্পোৰেটৰ বাবে ৷ যাৰ বাবে বাজেটৰ সমালোচনাত মুখৰ হৈ…

নির্বাচনমুখী আছিল নেকি এই বাজেট?

বাজেট দাখিলৰ এদিন পূর্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংবাদিকক সম্বোধন কৰি কৈছিল,নির্বাচন আহি থাকিব,কিন্তু বাজেট অতি গুৰুত্বপূর্ণ৷কিন্তু এই কথা সত্য যে,নির্বাচনৰ পূর্বে দাখিল হোৱা প্ৰতিখন বাজেটতে নির্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহক বিশেষভাবে গুৰুত্ব প্ৰদান কৰা হয়৷উদাহৰণ স্বৰুপে,২০২১ চনৰ অসম বিধানসভা নির্বাচনৰলৈ মাত্ৰ…

বাজেটত মিজোৰামৰ বাবে ৬০০ কৌটি, অসমলৈ কিমান ?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপণ কৰা বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ বাবে আগবঢ়োৱা হৈছে ১৫০০ কৌটি টকা ৷ কিন্তু উত্তৰ পূৱৰ কোন ৰাজ্যই কিমান ধন পাব জানি লও আহক – •উত্তৰ পূৰ্বাঞ্চলৰ বাবে ঘোষণা কৰা ১৫০০ কৌটিৰ ভিতৰত ৬০০ কৌটি টকাই আগবঢ়োৱা  হৈছে…

এয়া কোনো কামৰ বাজেট নহয় : ১ লাখৰ কিমানে ক’লে এই কথা ?

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি উত্থাপণ কৰা ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক কোনো কামৰ বাজেট নহয় বুলি অভিহিত কৰিছে ৫৮ শতাংশ লোকে ৷ ৰাষ্ট্ৰীয় হিন্দী কাকত ‘দৈনিক ভাস্কৰ’য়ে চলোৱা এক অনলাইন সমীক্ষাত ৫৫ শতাংশ লোকে কয় যে এই বাজেটে মূল্যবৃদ্ধিত আৰু অধিক…

বন্ধ হ’ল ৱেষ্টলেণ্ড : শিৱা ত্ৰিল’জীৰ কি হ’ব ?

চেতন ভগত , অমিশ ত্ৰিপাঠী , হৰ্ষ ভোগলেৰ দৰে প্ৰখ্যাত লেখকৰ গ্ৰন্থ প্ৰকাশ কৰি অহা প্ৰকাশন প্ৰতিষ্ঠান ‘ৱেষ্টলেণ্ড বুকছ’ বন্ধ কৰিবলৈ ওলাইছে এমাজনে ৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ৱেষ্টলেণ্ডৰ কৰ্মী , লেখক , এজেন্ট আৰু বিতৰকসকলৰ সৈতে আলোচনামৰ্মে…

টাটাই ভাৰত চৰকাৰৰ আৰু কোনটো কোম্পেনী ক্ৰয় কৰিব ?

ভাৰত চৰকাৰে এয়াৰ ইণ্ডিয়াৰ পাছত নীলাচল ইস্পাত নিগম লিমিটেড টাটাৰ হাতত বিক্ৰী কৰিব ওলাইছে ৷ ১২,১০০ কৌটি টকাত টাটা ষ্টীলে নীলাচল ইস্পাত ক্ৰয় কৰিব ৷ এই ধন আদায় দিয়াৰ ফলত টাটা ষ্টীলে নীলাচল ইস্পাতৰ ৯৩.৭১ শতাংশ অংশীদাৰীত্ব লাভ কৰিব ৷…

এই বৰ্ষত মুকলি হ’ব ডিজিটেল মুদ্ৰা

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনৰ সদ্যঘোষিত বিত্তীয় বাজেটত উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ খবৰ হ’ল যে ব্লকচেইনৰ লগতে আন আন প্ৰযুক্তিৰ সহায়েৰে চলিত বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব ডিজিটেল মুদ্ৰা । আশা কৰা হৈছে এই পদক্ষেপে দেশৰ অৰ্থনীতিৰ উন্নয়নত যথেষ্ট…

আশাহত জনতা, বাজেটত কি নাহিল?

দেশৰ বহু আশা আকাংক্ষাৰ মাজত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনে নিজৰ চতুৰ্থখন বাজেট শেহতীয়াকৈ প্ৰকাশ কৰে। বাজেট সন্মিলনত মন্ত্ৰীগৰাকীয়ে নিজৰ ৯০ মিনিটৰ ভাষনেৰে বাজেটৰ বিশ্লেষণ আগবঢ়ায়। সদ্যঘোষিত এই বাজেটৰ আটাইতকৈ ডাঙৰ দুটা ঘোষনা ডিজিটেল দিশৰ ওপৰত আছিল। জনসাধাৰণৰ বহু আকাংক্ষিত…

বাজেটত কি কি বস্তুৰ দাম হ্ৰাস পালে আৰু কি কি দাম বৃদ্ধি পালে-

বাজেটত কি কি বস্তুৰ দাম কমিব- *দাম কমিব মোবাইল ফোনৰ *কাপোৰৰ লগতে কেইবাটাও সামগ্রীৰ দাম হ্ৰাস হ’ব *চাৰ্জাৰ, জোতাৰো হ্ৰাস হ’ব দাম *চামৰা সামগ্রী, বিদেশৰ পৰা অহা মেচিনৰো দাম শীঘ্রই হ্ৰাস হ’ব *হ্ৰাস হ’ব খেতিৰ সা-সঁজুলিৰ দাম *স্টিলৰ সামগ্রীৰ দামো…