Investigative reporting with dedication.
আফগানিস্তানৰ পতাকা লৈ আগবঢ়া সমদললৈ তালিবানে গুলী চলালে ক’ত ?

আফগানিস্তানৰ জলালাবাদ চহৰত বুধবাৰে কিছুসংখ্যক লোকে আফগানিস্তানৰ পতাকা উৰুৱাই এক সমদল উলিয়াইছিল ৷ এই সমদল পথত আগবঢ়াৰ সময়তে তালিবানে গুলীচালনা কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷ জলালাবাদ আফগানিস্তানৰ পূৱ প্ৰান্তৰ নাংগৰহাৰ প্ৰদেশৰ ৰাজধানী ৷ দেশখনৰ পঞ্চমখন বৃহৎ চহৰ ৷ স্থানীয় সংবাদ…










