Investigative reporting with dedication.
তাজিকিস্তানৰ পৰা ওভতাই পঠিয়ালে আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতিক

আফগানিস্তানৰ অপসাৰিত ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে ৷ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ পাছত তেও আশ্ৰয় বিচাৰি গৈছিল তাজিকিস্তানলৈ ৷ কিন্তু তাজিকিস্তানৰ পৰা আশ্ৰফ ঘানিৰ বিমান ওভতাই পঠিওৱা হৈছে ৷ সোমবাৰে অপসাৰিত ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হৈছে ওমানত ৷ তাৰ…







