The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

হিন্দী কোৱাৰ বাবে মৰা নাই,এয়া বিজেপিৰ সৃষ্টিহে !

শেহতীয়াকৈ তামিলনাডুত বিহাৰৰ লোকক আক্ৰমণ কৰা ঘটনাটোৰ সবিশেষ তথ্য সংগ্ৰহৰ বাবে এটা বিশেষ দল ৰাওনা হৈছে তামিলনাডুলৈ। বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই সম্পৰ্কত বিজেপিৰ চাৰি জনীয়া দলৰ লগত আলোচনাও কৰিছে।বিহাৰ চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ইতিমধ্যে চাৰি জনীয়া দল এটা তামিলনাডুলৈ…

মুখ্যমন্ত্ৰীৰ লক্ষ্য কিয় সদায় ৰাহুল গান্ধী?

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ টুইটাৰৰ জৰিয়তে আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ তেওঁৰ ম’বাইলত পেগাচাচ থকাৰ বিষয়টো উল্লেখ কৰাৰ লগতে ভাৰতত সুস্থ গণতন্ত্ৰৰ অভাৱ ঘটাৰ কথা উল্লেখ…

‘দেশত অভাৱ ধৈৰ্য -সহ্যৰ’-মুখ্য ন্যায়াধীশ

বৰ্তমান দেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়।মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে বৰ্তমান সময়ত দেশত ধৈৰ্য আৰু সহ্য শক্তি হ্ৰাস পাইছে।কাৰণ দেশৰ জনতাই নিজে শুদ্ধ বুলি গ্ৰহণ কৰাটোক এৰিব নোখোজে আৰু আনৰ কোনো…

বিজেপিক এবছৰত ২২ বাৰ ছান্দা দিয়া ব্যৱসায়ীলৈ বৃহৎ কয়লা ভাণ্ডাৰ

দুৰ্নীতি বিৰোধী প্ৰশাসন আৰু স্বচ্ছতাৰ কাহিনী শুনোৱা বিজেপি চৰকাৰৰ এক অস্বচ্ছ কাহিনীৰে এই প্ৰতিবেদন ৷ কয়লাৰ এক ক’লা কাহিনীৰে এই প্ৰতিবেদন ৷ কিদৰে চি বি আয়ে অভিযুক্ত কৰা বহু বিতৰ্কিত কয়লা ব্যৱসায়ীক উত্তৰ পূৱৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ গতাই দিয়া হৈছে…

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য?

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ বাগিচাক লৈ। যিসময়ত গুৱাহাটীৰ শিলসাকোত শিলসাঁকো বিল দখন…

ঐক্যবদ্ধ বিৰোধীয়েহে প্ৰতিৰোধ কৰিব বিজেপিক !

উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।নেতৃত্বৰ ভুলৰ বাবেই দেশৰ ৰাজনীতিত অপ্ৰাসংগিক হৈছে কংগ্ৰেছ।বিজেপিক পৰাজিত কৰিবলৈ হলে অসমত এআইইউডিএফৰ সংগ এৰিব লাগিব কংগ্ৰেছে।কংগ্ৰেছে বাস্তৱতাক উপলব্ধি নকৰিলে অসমৰ ৰাজনীতিতো…

যুদ্ধৰ অৱসান নহয়,বিফল G 20

বিশ্বৰ ২০ খন দেশৰ বৈদেশিক মন্ত্ৰীয়ে দৰিদ্ৰতা,দুৰ্নীতি আৰু সন্ত্ৰাসবাদ সম্পৰ্কত জি টুৱেণ্টি বৈঠকত কোনো সৰ্বগ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াব নোৱাৰিলে।ইউক্ৰেইন যুদ্ধ চলি থকাৰ বাবে এই বিষয় কেইটা সম্পৰ্কত কোনো সঠিক সিন্ধান্তত উপনীত হ’ব নোৱাৰিলে ২০ খন দেশৰ বৈদেশিক মন্ত্ৰীয়ে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

পঞ্চায়তত বিপৰ্যয়ৰ দিশে তৃণমূল

“RSS এ যদি আমাক ১% ও সমৰ্থন আগবঢ়ায়,আমি ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিয়াত সফল হ’ম ‘- এই মন্তব্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।অৱশ্যে মন্তব্যটো পুৰণি।পুৰণি মানে ২০০৩ চনৰ।সেই সময়ত মমতা বেনাৰ্জী আছিল বিৰোধীৰ আসনত আৰু বাওঁ দলৰ চৰকাৰ আছিল পশ্চিম…

কৰ্ণাটকত ‘ভাল দিন’ আহিব কংগ্ৰেছৰ?

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছৰ ভাগ্যলৈ কিছু পৰিবৰ্তন আনিছে ।জনতা দল ( এছ) ৰ নেতা এইছ ডি কুমাৰস্বামীয়ে শীঘ্ৰেই যোগ দিব কংগ্ৰেছত।বৃহস্পতিবাৰে নিজেই তেওঁৰ এই সিন্ধান্তৰ বিষয়ে জনায়।প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে কয়’জনতা দল (এছ) বৰ্তমান আইচিইউত বুলি…

কোলাৰটো হেৰুৱায়,বোকোচাৰটোলৈ মন তৃণমূলৰ

তৃণমূল কংগ্ৰেছে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত অকলেই প্ৰতিন্দন্দ্বিতা কৰিব।তৃণমূল কংগ্ৰেছৰ সভাপতি মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ দল কাৰো লগত মিত্ৰতাত অৱতীৰ্ণ নহয়।চিপিএম আৰু কংগ্ৰেছৰ বিজেপিৰ লগত ‘বুজাবুজি’ থকাৰ বিষয়ে উল্লেখ কৰি তৃণমূল নেত্ৰী গৰাকীয়ে কয় ‘ এইটো এক অপবিত্ৰ জোঁটবন্ধন…