Investigative reporting with dedication.
BBC ক কঠোৰ সকীয়নি বিদেশ মন্ত্ৰীৰ

বুধবাৰে অনুষ্ঠিত এক দ্বিপাক্ষিক বৈঠকত বৃটেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জেমচ ক্লেভাৰলিক কঠোৰ সকিয়নি দিয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্পষ্ট মত’ ভাৰতত কাম কৰি থকা সকলো সংস্থাই দেশৰ আইন মানিবলৈ বাধ্য’।বিগত মাহত ভাৰতৰ আয় কৰ বিভাগে বিবিচিৰ দিল্লী আৰু…










