Investigative reporting with dedication.
সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত গামোচা পিন্ধাইছে মুখ্যমন্ত্ৰীয়ে: ভূপেন বৰা

ৰাজ্যত অব্যাহত থকা দালাল উচ্ছেদ প্ৰক্ৰিয়া তথা গ্ৰেপ্তাৰ প্ৰসংগত সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ডাঙৰ দালালবোৰ একাংশই মুখ্যমন্ত্ৰীৰ বাল্যবন্ধু। সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত ফুলাম গামোচা পিন্ধাইছে বুলি অভিযোগ উত্থাপন কৰে ভূপেন বৰাই। লগতে তেওঁ কয়…










