Investigative reporting with dedication.
তিনিখনকৈ কৃষি আইনৰ বাতিলৰ দাবীৰে কাইলৈ ভাৰত বন্ধৰ আহ্বান কৃষক সমাজৰ

কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ কৃষক বিৰোধী কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ কৃষক সমাজে। চৰকাৰৰ লগত বাৰম্বাৰ আলোচনাৰ পিছতো কোনো ইতিবাচক সঁহাৰি নাপাই ক্ষোভিত হৈ পৰিছে কৃষক সকল। সেয়েহে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃষক বিৰোধী আখ্যা দি…










