The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

অসমৰ উচ্ছেদ অভিযানক লৈ চিন্তিত পাকিস্তানঃ কিন্তু কিয়?

দৰং জিলাত ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ লোকে প্ৰায় তিনি কুৰি বছৰ ধৰি অবৈধ ভাৱে বসবাস কৰি অহা ৪৫০০ বিঘা মাটি মোকলাই বৃহৎ কৃষি প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। দুৰ্ভাগ্যজনক ভাৱে উচ্ছেদ কৰিবলৈ…

উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈ পানীৰ মাজত আৱদ্ধ হৈ পৰিল কংগ্ৰেছৰ ভূপেন, দেৱব্ৰত, ৰিপুণ আৰু ৰকিঃ তাৰ পিছত?

দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানক লৈ ৰাজ্যত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। বেদখলকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কংগ্ৰেছ দলে আৰু সেইবাবেই আজি উচ্ছেদস্থলী অভিমুখে ৰাওনা হৈছিল কংগ্ৰেছৰ জেষ্ঠ্য নেতাসকল। কিন্তু দুৰ্ভাগ্যক্ৰমে উচ্ছেদস্থলী পৰিদৰ্শন…

কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই

কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে দুৰ্লভ চমুৱাই। এই পত্ৰখনৰ দ্বাৰা ডাঃ চমুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মিডিয়া পেনেলিষ্ট আৰু…

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিচৰ লগত আলোচনাত বহিল নৰেন্দ্ৰ মোডী

বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সাক্ষাৎ কৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক। কমলা হেৰিছৰ সৈতে গণতন্ত্ৰ, সন্ত্ৰাসবাদ আৰু জলবায়ু পৰিৱৰ্তনসহ কেইবাটাও বিষয়ত আলোচনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। হেৰিছে ভাৰতক আমেৰিকাৰ স্বাভাৱিক মিত্ৰ বুলি উল্লেখ কৰাৰ পিছতে উৎসাহিত হৈ পৰিছে দেশৰ একাংশ জনতা।…

প্ৰতিৰক্ষা বিভাগত ভাৰতৰ নতুন সংযোজনঃ ভয়ত কঁপিছে শত্ৰু ৰাষ্ট্ৰ

আন্তৰ্জাতিক স্তৰত ভাৰতৰ প্ৰতিৰক্ষা বিভাগ তথা সেনাবাহিনীৰ স্থান যথেষ্ট উচ্চ মানদণ্ডৰ। কিন্তু ইয়াৰ মাজতে দেশৰ প্ৰতিৰক্ষা বিভাগত ঘটোৱা হৈছে নতুন সংযোজন। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ আৰ্মৰ্ড ব্ৰিগেডক আৰু অধিক শক্তিশালী তথা মাৰাত্মক কৰি তুলিবলৈ ১১৮ খন নতুন মুখ্য যুদ্ধ টেংক…

সূদীৰ্ঘ এটা বছৰৰ অন্তত দাড়ি-চুলি কাটি আমেৰিকাত উপস্থিত হ’ল মোডীঃ কিন্তু কিয়?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাতৰ উদ্দেশ্যেৰে আমেৰিকাত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দাড়ি-চুলি কাটি নতুন লুকত আমেৰিকাত অৱতৰণ কৰিছে মোডীয়ে। নৰেন্দ্ৰ মোডীৰ নতুন লুকক লৈ এতিয়া চৰ্চা চলিছে ছছিয়েল মিডিয়াত। বিগত এবছৰ ধৰি মোদীৰ তপস্বী চেহেৰাৰ সৈতে অভ্যস্ত হৈ…

ছিপাঝাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদঃ কি কলে ভূপেন বৰাই?

কালি ছিপাঝাৰত চৰকাৰে চলোৱা উচ্ছেদ অভিযানত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা আৰু আতংকৰ । উচ্ছেদৰ বিৰোধীতাৰে প্ৰতিবাদত বহিছিল উচ্ছেদিত জনতা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিৰ ফলত ২ জনকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষী সহ ৯ জনকৈ লোক আহত হৈছে।…

দৰঙত আজি নচলে উচ্ছেদ অভিযানঃ কিন্তু কিয়?

দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে।গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান।গৰুখুঁটিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী অনাৰ ব্যৱস্থা কৰা হৈছে। গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী আৰু অৰুণাচল প্ৰদেশৰ পৰা আহিব ১১টা কোম্পানী।উল্লেখযোগ্য যে বৃহস্পতিবাৰে ধলপুৰত উচ্ছেদ…

অৱশেষত গ্ৰেপ্তাৰ হ’ল উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টিকাৰী ফটোগ্ৰাফাৰ বিজয় বনিয়া

অৱশেষত গ্ৰেপ্তাৰ হল দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টি কৰা ফটোগ্ৰাফাৰ বিজয় বনিয়া । বৰ্তমান CID ৰ জিম্মাত আছে বিজয় বনিয়া । গুলিবিদ্ধ এজন ব্যক্তিৰ ওপৰত বিজই বনিয়াই চলাইছিল অমানুষিক আক্ৰমণ । আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছিল…

পেগাচাছ বিতৰ্কঃ চৰকাৰৰ চোৰাংচোৱাগিৰিৰ বিৰুদ্ধে কি ক’লে উচ্চতম ন্যায়ালয়ে?

দেশত এতিয়াও অব্যাহত আছে পেগাচাছ বিতৰ্ক। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে কোনো বহিৰাগত কোম্পানীয়ে ভাৰতৰ ৰাজনৈতিক নেতা তথা ব্যৱসায়ী আৰু সাংবাদিকক চোৰাংচোৱাগিৰি কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছিল। বহুতৰে গোপন তথ্য অনাসয়ে কোনো বহিৰাগত কোম্পানীয়ে নিয়ন্ত্ৰণ কৰি আছে বুলি…