Investigative reporting with dedication.
গংগাৰে বুকুৰে কিয় উটিছে গোমাতাৰ মৃত শৰীৰ?

Investigative reporting with dedication.


উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনিদিন বাকী ৷ বিজেপি আৰু সমাজবাদী পাৰ্টীৰ জোটবন্ধনৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দিতা ৷ ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ তাৰ পূৰ্বে প্ৰচাৰ অভিযানো তুংগত উঠিছে ৷ আজি উত্তৰ প্ৰদেশৰ…

দেশৰ আগশাৰী ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছে ভয়াৱহ অনিয়ম৷এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷থলুৱা প্ৰার্থীক বঞ্চিত কৰি,বর্হিৰাজ্যৰ প্ৰার্থীক অনৈতিকভাবে পৰীক্ষাত বহিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোয়ে৷

“ঘৰৰ কাষৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ওপৰত ভৰষা নাইঃ সোনেশ্বৰ নৰহ শিলাবৃষ্টিৰ ফলত নষ্ট হোৱা পথাৰৰ সৰিয়হ , বড়োধানৰ কঠিয়া-খেতিৰ লগতে ঘৰ বাৰী নষ্ট হোৱা পৰিয়ালবৰ্গক অতিশীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত গোলাঘাট জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জীপাল কৃষক-…

দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ। এটা টহলৰ অংশত আৱদ্ধ হৈ আছে ভাৰতীয় সেনাসকল। বৰ্তমানো সেনাসকলক উদ্ধাৰৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক বিমানেৰে লৈ…

আজি উত্তৰ প্ৰদেশৰ বিজন’ৰত এক ভাৰ্চুৱেল ৰেলীক সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় উত্তৰ প্ৰদেশৰ উন্নতি স্তব্ধ হৈ গৈছে ভুৱা সমাজবাদীসকলৰ বংশানুক্ৰমিক ৰাজনীতিৰ বাবে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত থকা ৰাজ্য চৰকাৰখনে বিজন’ৰ, মুৰাদাবাদ, আমৰোহা আদিৰ…

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ বিয়োগত শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশবাসী। দেওবাৰে সন্ধিয়া ৭.১৬ বজাত শিৱাজী পাৰ্কত শেষাকৃত সম্পন্ন হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা অগনন গুণমুদ্ধৰ উপস্থিতিত সম্পন্ন হয় শেষাকৃত। গায়িকাগৰাকীৰ মুখাগ্নি কৰে ভাতৃ হৃদয়নাথ…

আজি জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ কথা ঘোষণা কৰে মুখ্যমন্ত্রী শৰ্মাই। মুখ্যমন্ত্রীগৰাকীৰ ঘোষণা, ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ নৈশ কাৰ্ফিউ। কিন্তু সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক। লগতে কয়, ১৫ ফেব্ৰুৱাৰী পৰা গোটেই…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষাণা- ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত কভিডৰ সকলো নিষেধাজ্ঞা বাতিল। লগতে এইবাৰ ৰাজ্যবাসীয়ে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু। বিহু সমিতিসমূহক বিহু পাতিবলৈ চৰকাৰে দিব ডেৰ লাখ টকাকৈ সাহাৰ্য্য। কিন্তু ১০ বছৰ পুৰণি বিহু সমিতিলৈহে দিব…

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰত ৰত্ন লতা মংগেশকাৰে ৷ জীৱনৰ বেছিভাগ সময় তেও কটাইছিল সংগীত ষ্টুডিওত ৷ কিন্তু এইগৰাকী গায়িকাৰ কণ্ঠ চিৰদনলৈ স্তব্ধ কৰি দিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ ইয়াৰ বাবে তেওৰ খাদ্যত মিহলোৱা হৈছিল শ্ল’…