The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়া হৈছে নীটৰ পিজি পৰীক্ষা

ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ৰ পিজি ২০২২ৰ ৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। পূৰ্বতে এনইইটি ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে বাধ্যতামূলক ইন্টাৰ্ণশ্বিপ ম্যাদ সম্পূৰ্ণ হোৱালৈকে, বহুতো প্ৰাৰ্থীৰ প্ৰ-পত্ৰ পূৰণ নোহোৱাৰ বাবে স্থগিত ৰখাৰ…

বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ’বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ বিৰুদ্ধে চীনা কমিউনিষ্ট পাৰ্টিয়ে কৰা মানৱ অধিকাৰ…

উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ৰেলী

আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া দুখন ৰাজ্য উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিব। বিগত ৩১ জানুৱাৰীত প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰ ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিছিল। বাতৰি অনুসৰি পৰৱৰ্তী পৰ্যায়ত পঞ্জাৱৰ ডিজিটেল ৰাজনৈতিক ৰেলীটো অংশগ্ৰহন কৰিব…

নৰেন্দ্ৰ মোদীৰ কোনখন ভাৰত সফল হল ২০২২ চনৰ ভিতৰত?

২০১৫ চনত মোদী চৰকাৰে মুকলি কৰিছিল স্কীল ইণ্ডিয়া মিচন৷এই মিচনৰ লক্ষ্য আছিল,২০২২ চনৰ ভিতৰত ভাৰতৰ ৪০ কোটি যুৱকক বজাৰ সর্ম্পকীয় উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি দক্ষতাৰ বিকাশ সাধন কৰা৷ব্যাপক প্ৰচাৰেৰে স্কিল ইণ্ডিয়াৰ জৰিয়তে ২০২২ চনৰ ভিতৰত নতুন ভাৰতৰ সপোন দেখুৱাইছিল ভাৰত…

অসম তথা উত্তৰ পূৱৰ প্ৰতি দিল্লীৰ মৰম কিমান নিৰ্ভেজাল?

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল বৈঠক।ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত মোদীৰ ভাৰ্চুৱেল পদ্ধতিৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

কন্যা ৰক্ষাৰ ধন ক’ত খৰচ কৰিলে মোদী চৰকাৰে?

বেটি বাচাও,বেটি পঢ়াও অভিযানৰ দ্বাৰা লাভাম্বিত নহল দেশৰ কন্যা সন্তান৷লাভাম্বিত হল,টিভি চেনেল,বাতৰি কাকত আৰু বিজ্ঞাপন সংস্থাসমূহ৷কাৰণ বেটি বাচাও,বেটি পঢ়াও আচনিৰ সর্বাধিক ধন ছোৱালীৰ উন্নয়নৰ পৰিবর্তে ব্যয় কৰা হল আচনিখনৰ প্ৰচাৰতহে৷এই কথা সংসদত স্বীকাৰ কৰিছে স্বয়ং ভাৰত চৰকাৰে৷ বেটি বাচাও বেটি…

মোদী চৰকাৰৰ বিৰুদ্ধে কিয় গুজৰিছে বৰুণ গান্ধীয়ে ?

২০১২ চনত ৰাজনাথ সিঙে যুৱ সাংসদ বৰুণ গান্ধীক দিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব ৷ কিন্তু ২০১৪ চনত তেওৰ পৰা এই পদ কাঢ়ি নিয়া হ’ল ৷ চৰ্চা চলিছিল যে উত্তৰ প্ৰদেশত বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বৰুণ গান্ধী ৷ যাৰ…

দণ্ডনীয় অপৰাধৰ অভিযোগ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে

বিগত বর্ষৰ দিপাৱলীত জম্মু কাশ্মীৰলৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷২০২১ চনৰ ৪ নবেম্বৰত জম্মু কাশ্মীৰৰ নৌশেৰাত ভাৰতীয় সেনাৰ সৈতে দিপাৱলী উদযাপন কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷ভাৰতীয় সেনাৰ সৈতে দিপাৱলী উদযাপন কৰি নৰেন্দ্ৰ মোদীয়ে কৈছিল,আমাৰ সেনা জোৱান সকল মা ভাৰতীৰ ৰক্ষা কবচ৷মই প্ৰতিবাৰেই সীমান্তত…

নাগৰিকত্বৰ যুঁজত হাৰ মানি কিয় আত্মহত্যা কৰিলে মাণিক দাসে ?

নাগৰিকত্বৰ যুঁজত হাৰ মানি আত্মহত্যা কৰিলে অসমৰ এজন ৬০ বছৰীয়া লোকে ৷ নিজৰ আৰু জীয়ৰীৰ নাগৰিকত্ব প্ৰমান কৰিব নোৱাৰি এই লোকজনে আত্মহত্যা কৰিবলগীয়া হোৱাৰ বাতৰিয়ে এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছে ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি , অসমৰ…