Investigative reporting with dedication.
বাজেটত কৰ্পোৰেটৰ বাবে কৰ ৰেহাই , আপোনাৰ বাবে কি ?

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে তেওঁৰ চতুৰ্থখন বাজেট।কৃষি, শিক্ষা, স্বাস্থ্য সেৱা, ৰে’লৱে, ডিজিটেল মুদ্ৰা আৰু ডিজিটেল বেংকিং সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।৫ জুলাই, ২০১৯ত প্ৰথম বাজেট উপস্থাপন কৰা নিৰ্মলাই বাজেটত আধিপত্য বিস্তাৰ কৰা ‘চামৰাৰ মোনা’ পৰম্পৰাক অস্বীকাৰ কৰি…










