Investigative reporting with dedication.
বাজেট অধিৱেশনত চৰকাৰে বাজেট দাখিল কৰিব নে ‘পেগাছাছ’ কাণ্ডৰ পৰা নিজকে বচাব

অবৈধ বেদখলকাৰীবোৰ ক’ৰ পৰা আহে?চৰকাৰী ভূমি বেদখলকাৰী কৰিবলৈ মানুহবোৰ ক’ৰ পৰা আহে?বহুতৰ মতে তেওলোক লুঙী টুপী পৰিহিত বাংলাদেশী,তেওলোক বাংলাদেশৰ পৰা আহে৷কিন্তু আজি আমি আলোচনা কৰিম,সচাকৈ চৰকাৰী ভূমি দখল কৰিবলৈ ক’ৰ পৰা আহে বেদখলকাৰী৷ অপৰাধীৰ বিৰুদ্ধে এনকাউন্টাৰতেই কেৱল পার্গত নহয় অসমৰ প্ৰশাসন…










