Investigative reporting with dedication.
লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কোকিল কণ্ঠী গায়কা লতা মংগেশকাৰে ৷ ২৯ টা দিন জীৱন মৃত্যুৰে যুঁজ দিয়াৰ পাছত তেও চিৰবিদায় মাগে ৷ লতা মংগেশকাৰৰ মৃত্যুৰ পাছত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে ৷ এই দুদিন ৰাষ্ট্ৰীয় পতাকা…










