The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

বিজেপিয়ে উত্তৰ প্ৰদেশত প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ

আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্ণৌৰ ইন্দিৰা গান্ধী প্ৰতিস্থানত ইস্তাহাৰ প্ৰকাশ কৰিলে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপিৰ ৰাজ্যিক মুৰব্বী স্বতন্ত্ৰ দেৱ সিং আৰু অন্যান্যসকলৰ উপস্থিতিত ‘লোক কল্যাণ সংকল্প পাত্ৰ’ নামৰ…

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে পশ্চিমবংগৰ দৰেই উত্তৰ প্ৰদেশতো বিজেপি আৰু…

কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰাধিকাৰী : কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

চৰকাৰী কাৰ্যসূচী লৈ নতুন দিল্লীত উপস্থিত হোৱা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ চৰ্চা চলিছিল যে মাজুলীৰ উপ – নিৰ্বাচন সন্দৰ্ভত দুয়োগৰাকী নেতাও আলোচনা কৰিছে ৷ কিন্তু এনে…

উত্তৰ প্ৰদেশত বিজেপিয়ে মুকলি কৰিব ইস্তাহাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথোঁ ১ টা দিন। ১০ ফেব্রুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা লগতে ১৪, ২০, ২৩ ২৭, ৩ আৰু ৭ মাৰ্চত সাতটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। কিন্তু বিজেপিয়ে মুকলি কৰা নাই ইস্তাহাৰ। আজিহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানিয়ে বৰ্তমান ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ। আনহাতে, মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ মূল্য আনুমানিক ৮৭.৫ বিলিয়ন ডলাৰ। কভি’ড…

ত্ৰিপুৰাত ভাঙিব নেকি বিজেপি চৰকাৰ?

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ কন্দলে ভয়ানক ৰূপ লৈছে ৷ বিজেপিৰ দুই বিধায়ক সুদীপ ৰায় বৰ্মন আৰু আশীষ সাহাই বিধায়কৰ পদ অৰু বিজেপি দল একেলগে ত্যাগ কৰিছে ৷ তেওলোকে সম্প্ৰতি বাহৰ পাতিছে নতুন দিল্লীত ৷ চৰ্চা অনুসৰি দুয়োজন বিধায়কেই কংগ্ৰেছ দলত যোগদান…

কংগ্ৰেছ নাথাকিলে কি হ’লহেঁতেন :কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

কংগ্ৰেছক গণতন্ত্ৰ বিৰোধী দল বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যসভাত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে পৰিয়ালতন্ত্ৰৰ বাহিৰে আন একো কথা চিন্তাই কৰা নাছিল ৷ ভাৰতৰ গণতন্ত্ৰৰ বাবে পৰিয়ালবাদেই হ’ল আটাইতকৈ ডাঙৰ বিপদ ৷…

শ্বাহৰুখ খানক লৈ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি একাংশ বিজেপি নেতাৰ৷

লতা মংগেশকাৰৰ অন্তিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈয়ো এইবাৰ সাম্প্ৰদায়িকৰণৰ চেষ্টা বিজেপি নেতাৰ৷টাগের্ট শ্বাহৰুখ খান৷লতাজীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বাহৰুখ খানৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ফটো এতিয়া চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে৷সমান্তৰালভাবে ফটোখন ব্যবহাৰ কৰি এক সাম্প্ৰদায়িক বির্তকৰো সূচনা কৰিছে একাংশ বিজেপি নেতাই৷তাৰ বিপৰীতে শ্বাহৰুখ খানৰ…