Investigative reporting with dedication.
আনন্দ মিশ্ৰক বদলিৰ আঁৰত কি?

নায়কৰ পৰা খলনায়কলৈ৷এনকাউন্টাৰ জগতৰ পৰা ডিজিপি অফিচলৈ৷ আৰম্ভ কৰিছো আনন্দ মিশ্ৰৰ কথাৰে৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ আহ্বান আছিল,অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওক আৰক্ষী৷কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হবলৈ যাওতে,যেন সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও কঠোৰ হল আনন্দ মিশ্ৰৰ এন্টি নাক’র্টিক স্কোৱাড৷সেই কথাৰেই যেন আজি উমান…










