The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

পুনৰ গ্ৰেপ্তাৰ হ’ব লালু প্ৰসাদ যাদৱ….

ৰাষ্ট্ৰীয় জনতা দলৰ সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী লালু প্ৰসাদ যাদৱ পুনৰ গ্ৰেপ্তাৰ হ’ব বহুচৰ্চিত পশুখাদ্য কেলেংকাৰীৰ বাবে। মঙলবাৰে বিহাৰৰ চিবিআইৰ এখন বিশেষ আদালতে ১৩৯.৩৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে যাদৱক৷ লালু প্ৰসাদ যাদৱক…

মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

আজি মাজুলীত অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ উপ-নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হ’ব চিত্ৰৰঞ্জন বসুমতাৰী। অসম জাতীয় পৰিষদৰ নেতা লুৰিণ জ্যোতি গগৈ আৰু জগদিশ ভূঞাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। সংবাদমেলত অসম জাতীয় পৰিষদৰ…

আজিৰে পৰা আপুনি কি কি কোভিড বিধি মানি চলিব নালাগে ?

মঙলবাৰে পুৱা ৬ বজাৰ পৰা সকলো কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ। নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে। এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব। সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা বাধাই কৰিব পাৰিব। বিবাহ,…

মোদীৰ আমোলত গুজৰাটী কোম্পেনীয়ে লুটিলে ২৮ টাকৈ বেংকৰ পৰা ২২,৮৪২ কোটি টকা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশত সংঘটিত হৈছে ইতিহাসৰ সৰ্ববৃহৎ বেংক জালিয়াতি।হয়,আপুনি ঠিকেই শুনিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশত সংঘটিত হৈছে ইতিহাসৰ সৰ্ববৃহৎ বেংক জালিয়াতি।এই জালিয়াতিৰ পৰিমাণ ২২,৮৪২ কোটি টকা।উত্তৰ প্ৰদেশকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে…

“বিদ্যালয়ত হিজাব নিষিদ্ধ কৰি সংবিধানৰ অনুচ্ছেদ ২৫ ক অবমাননা কৰিছে চৰকাৰে৷”

বিদ্যালয়ৰ সন্মুখতেই হিজাব খুলিব লাগিব৷হিজাব খুলিলেহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব৷অন্যথা বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই ঘৰলৈ উভতিব লাগিব কর্নাটকৰ মুছলমান ছাত্ৰী৷আজি এই ঘটনাই সংঘটিত হল কনার্টকৰ চৰকাৰী বিদ্যালয়ত৷কনার্টকৰ হিজাব বিতর্কৰ আজি পুনৰ শুনানী গ্ৰহণ কৰিলে কনার্টক উচ্চ ন্যায়ালয়ে৷এই শুনানী মুছলমান ছাত্ৰীৰ পক্ষৰ…

৫৪ টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে

পুনৰ ভাৰত চৰকাৰে ৫৪ টা চীনা এপ নিষিদ্ধ কৰিলে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মতে, গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) পৰা তথ্য প্ৰযুক্তি আইনৰ জৰুৰীকালীন ব্যৱস্থাৰ ধাৰা ৬৯(A)ৰ অধীনত ৫৪ টা চীনা এপ নিষিদ্ধ কৰিবলৈ অনুৰোধ লাভ কৰিছে। বিউটি কেমেৰা ছুইট…

বিহু, স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

বিহু, স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা আতঁৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ। ঘোষণা শিক্ষা সংসদৰ। উল্লেখ্য,  শনিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ আঁতৰাই দিয়াৰ কথা।

আজি গোৱাত অনুষ্ঠিত হৈছে এটা পৰ্যায়ৰ নিৰ্বাচন।

আজি অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত গোৱাত অনুষ্ঠিত হৈছে এটা পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যখনত ৪০খন আসনৰ বিপৰীতে প্ৰতিদ্বন্দিতাত নামিছে ৩০১ জন প্ৰাৰ্থী। পুৱা ৭:০০ বজাত আৰম্ভ হৈ বিয়লি ৬:০০ বজাত সমাপ্ত হ’ব গোৱাৰ এক পৰ্যায়ৰ নিৰ্বাচন। প্ৰায় ১১ লাখ ভোটাৰে ভোট প্ৰদান কৰিব…

মাজুলীত উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

অপেক্ষাৰ অন্ত পেলাই আজি বিজেপি দলে ঘোষণা কৰিলে মাজুলীত উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম। ৭ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনৰ বাবে ভুৱন গাম মাজুলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী। মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে তালিকাত আছিল ৩ প্ৰাৰ্থীৰ নাম। বিতোপন দলে, হেমচন্দ্ৰ দলেৰ…