Investigative reporting with dedication.
মাজুলীৰ উপ নির্বাচনৰ বিজেপি প্ৰার্থী ভূবন গামৰ ক’ত কিমান আছে সম্পত্তি?

Investigative reporting with dedication.


ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷মংগলবাৰে ইউক্ৰেইন সীমান্ত আগুৰি ধৰিছিল ৰাছিয়াই৷ৰাছিয়াৰ বিশাল সৈন্য বাহিনী,যুদ্ধ টেংকাৰ আৰু যুদ্ধ অস্ত্ৰ ইউক্ৰেইন সীমান্তত দেখা পোৱা গৈছিল চেটেলাইত ইমেজত৷ ৰাছিয়াৰ আক্ৰমণ নিশ্চিত হৈ পৰাত ইউক্ৰেইন ত্যাগ কৰিবলৈ নিজ দেশৰ নাগৰিকক আহ্বান জনাইছিল ভাৰতকে ধৰি বিশ্বৰ ২০ খনৰো…

দেশৰ প্ৰখ্যাত গায়ক তথা সুৰকাৰ বাপ্পী লাহিড়ী আৰু নাই। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাপ্পী লাহিড়ীয়ে। ৮০ আৰু ৯০ দশকত বলিউড জগতত নিজৰ কণ্ঠৰ জৰিয়তে খলকনি তুলিছিল বাপ্পীয়ে।মুম্বাইৰ এখন হাস্পতালত দেহাৱসান ঘটে সোণৰ গহনা ভাল পোৱা কণ্ঠশিল্পীগৰাকীয়ে। সোণৰ…



চলি আছে উত্তৰ প্ৰদেশ,পঞ্জাৱ, গোৱাকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন।নিতৌ শাসক বিৰোধীয়ে অব্যাহত ৰাখিছে প্ৰতিপক্ষৰ প্ৰতি আক্ৰমণ প্ৰত্যাক্ৰমন।কিন্তু এই পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছতেই আপোনাৰ বাবে ৰৈ আছে এটা বেয়া খবৰে।যি বেয়া খবৰে অৰ্থনৈতিকভাবে অধিক জুৰুলা কৰিব আপোনাক। ৰাজ্যত বা…

আকৌ দোষী সাব্যস্ত হল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদব৷কিন্তু এইবাৰ কি শাস্তিৰ সন্মুখীন হব লালু যাদব?ইতিমধ্যে পূর্বৰ চাৰিটাকৈ ফুডাৰ স্কেমত দোষী সাব্যস্ত হৈছিল লালু প্ৰসাদ যাদব৷বর্তমান জামিনত মুকলি আকাশৰ তললৈ অহা লালু প্ৰসাদ যাদব এইবাৰ পুনৰ দোষী সাব্যস্ত হৈছে…


কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী অশ্বিনী কুমাৰৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ।এই পদত্যাগ সন্দৰ্ভত তেওঁ কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিংক যিধৰনেৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হল,সেয়া আছিল অতি দুখজনক।ইয়াৰ দ্বাৰা পঞ্জাৱৰ সাধাৰণ জনতাৰ ওপৰত…

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ উপস্থিতিত আজি ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণ আৰু ত্ৰিপুৰা চৰকাৰ (পৰিবহণ বিভাগ)ৰ মাজত ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰত “অভ্যন্তৰীণ জল পৰিবহণৰ টাৰ্মিনেলৰ উন্নয়ন আৰু ব্যৱস্থাপনাৰ বাবে বুজাবুজিৰ চুক্তি” স্বাক্ষৰিত হয়।…