Reporting on
এয়া সঁচাকৈ যোগী আদিত্যনাথৰ সভাৰ দৃশ্য হয়নে?

Reporting on


মাজুলী ৷ বিশ্বৰ বৃহত্তম নদীদ্বীপ ৷ এই মাজুলীক দলঙেৰে আন প্ৰান্তৰ লগত সংযোগ কৰাৰ প্ৰতিশ্ৰুতিৰে দুটাকৈ বিধানসভা নিৰ্বাচন পাৰ হৈ গ’ল ৷ কিন্তু দলঙৰ স্বপ্ন আজিও আধৰুৱা ৷ তিনিবাৰকৈ আধাৰশিলা আৰু ভূমিপূজন সম্পন্ন হোৱা হয়তো এইখনেই অসমৰ প্ৰথমখন দলঙ ৷…

গুণ্ডাগিৰী চলিছে শিক্ষা বিভাগত।ময়মতালি,মহাজনীৰাজ,ফাঁকিফুঁকা,টকাৰ লিলিমাই চলিছে অসমৰ শিক্ষা বিভাগত। উচ্চ শিক্ষা বিভাগৰ এখন গাইডলাইন।কলেজ শিক্ষক নিযুক্তি সম্পৰ্কীয় এই গাইডলাইনখনে এতিয়া হাহাকাৰ লগাইছে সকলোফালৰ পৰাই যোগ্যতাসম্পন্ন ৰাজ্যৰ চাকৰি প্ৰত্যাশী শিক্ষিত নিবনুৱা সকলৰ মাজত।আমি ইয়াৰ পূৰ্বে দুটা প্ৰতিবেদনত এই গাইডলাইনত উল্লেখ থকা…

এখন চৰকাৰ৷চৰকাৰৰ ইচ্ছা,সর্বাধিক থলুৱা লোকেহে চাকৰি পাব লাগিব ৰাজ্যখনৰ নিয়োগ ক্ষেত্ৰ সমূহত৷সকলো উদ্যোগ,কার্যালয়ত নিশ্চিত হব লাগিব থলুৱাৰ নিযুক্তি৷অসমত এপিএছচিৰ পৰা অসমীয়া ভাষাৰ কাকত বাতিল কৰি অসমীয়া নজনা প্ৰার্থীক সুবিধা কৰি দিয়া হল৷কেৱল সিমানেই নহয়,অসমৰ বিভিন্ন নিয়োগ ক্ষেত্ৰত বিভিন্ন সময়ত বহিৰাগত…

হিমালয়ৰ সুৰংগত বাস কৰি থকা এজন ‘বাবা’ বা সন্যাসী ৷ যিয়ে পাৰ্থিৱ মায়া মোহ ত্যাগ কৰি সন্যাসৰ পথ লৈছে ৷ তেনে এজন বাবাই বছৰ বছৰ ধৰি নিয়ন্ত্ৰণ কৰিছিল ভাৰতৰ বজাৰ আৰু বিনিয়োগ ৷ আপুনি বিশ্বাস কৰিব পাৰেনে এনে ঘটনা ?…

নিবনুৱাক লুণ্ঠনৰ জাল মেলিছে চৰকাৰে।যিখন চৰকাৰে নিবনুৱাক কর্মসংস্থাপনৰ সপোন দেখুৱাই ক্ষমতালৈ আহিছিল, সেইখন চৰকাৰেই এতিয়া নিবনুৱাৰ জেপ খালী কৰাৰ ফন্দি ৰচনা কৰিছে।ৰাজ্যত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই আৰম্ভ হৈছে…


শেহতীয়াকৈ ৰেলেৱে পৰীক্ষাত সংঘটিত হোৱা বেমেজালীক লৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত সূচনা হৈছিল ব্যাপক ছাত্ৰ আন্দোলন৷সমগ্ৰ দেশৰে দৃষ্টি আর্কষণ কৰিছিল এই বিদ্ৰোহে৷এইবাৰ উত্তৰ প্ৰদেশত ৰুপায়ন হব ছাত্ৰৰ সত্যাগ্ৰহ কার্যসূচী৷সাম্প্ৰদায়িকতা আৰু ধর্মীয় সংঘাতে উত্তাল কৰি ৰখা দেশখনত শেহতীয়া সময়ত নিবনুৱা সমস্যাৰ…

উত্তৰ প্ৰদেশত বিগত পাঁচ বছৰত চলিল যোগীৰাজ ৷ যোগীৰাজ মানেই হিন্দুত্ববাদৰ কঠোৰ অনুশীলন ৷ গো হত্যাৰ বিৰুদ্ধে শাসনলৈ অহাৰ পাছৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছে হিন্দুত্ববাদী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷ কেৱল ২০২০ চনতে যোগী আদিত্যনাথে গো মাংসৰ ব্যৱসায়ৰ লগত জড়িত…
