Investigative reporting with dedication.
ভাৰতীয় ৰাজনীতিত ৰত্নাকৰৰ পৰা বাল্মীকি হোৱাৰ উদাহৰণ কিমান?

যদিহে সংসদলৈ নিৰ্বাচিত জনপ্ৰতিনিধিসকল চৰিত্ৰৱান ,সমৰ্থৱান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতি দায়িত্বশীল হয় , তেন্তে এখন দুৰ্বল সংবিধান থাকিলেও সংসদে দেশসেৱাৰ প্ৰতি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব পাৰিব।’’ –এই কথাষাৰ কৈছিল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে।ৰত্নাকৰ বাল্মিকী হ’ব পাৰে। হোৱাতো সম্ভৱ।…










