Investigative reporting with dedication.
অসমক বঞ্চনা মোদী চৰকাৰৰ ।

অসমক বঞ্চনা মোদী চৰকাৰৰ । বানৰ লগত যুঁজিবলৈ ১,০১৮ কোটি টকা বিচাৰি অসমে পালে মাত্ৰ ৫১ কোটি টকা।
Investigative reporting with dedication.

অসমক বঞ্চনা মোদী চৰকাৰৰ । বানৰ লগত যুঁজিবলৈ ১,০১৮ কোটি টকা বিচাৰি অসমে পালে মাত্ৰ ৫১ কোটি টকা।

বিগত চাৰিদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্য সোমাই পৰিছে এক অস্বাভাৱিক বানৰ কবলত ৷ ৰাজ্যৰ ২৫ খন জিলাৰ ১.১০ কৌটি লোক সম্প্ৰতি বানৰ কবলত আছে ৷ মৃত্যু হৈছে চাৰিজনকৈ লোকৰ ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই…

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ…

মঙলবাৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ‘অগ্নিপথ’ শীৰ্ষক এখন নতুন আঁচনিৰ ঘোষণা কৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সেনাৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিহাৰত প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ…

দ্য ক্ৰছকাৰেন্টৰ প্ৰতিগৰাকী দৰ্শক , পঢ়ুৱৈক অতি আক্ষেপেৰে জনাও যে গুৱাহাটী মহানগৰীৰ প্ৰতিকূল বতৰ আৰু কৃত্ৰিম বানে আমাৰ কাৰ্যালয় বুৰাই ৰখাৰ বাবে কাৰ্যালয়ৰ কামকাজ বিগত তিনিদিন ধৰি ব্যাহত হৈ আছে ৷ যাৰ বাবে আমি আমাৰ ভিডিও প্ৰতিবেদনসমূহো প্ৰস্তুত কৰিব পৰা…

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ…

১৭ ঘন্টা জেৰাৰ পাছতো সন্তুষ্ট হোৱা নাই ই ডি ৷ যাৰ বাবে বুধবাৰে আকৌ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জেৰাৰ বাবে তলব কৰা হৈছে ৷ নেচনেল হেৰল্ড গোচৰত সোমবাৰ আৰু মঙলবাৰে প্ৰায় ১৭ ঘন্টা ৰাহুল গান্ধীক জেৰা কৰে ই ডিয়ে ৷…

বিজেপি বিৰোধী সমীকৰণক এক নতুন মাত্ৰা দিবলৈ আজি নতুন দিল্লীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্যোগত অনুষ্ঠিত হ’ব বিশেষ বৈঠক ৷ সেই উপলক্ষে মঙলবাৰে দিল্লীত উপস্থিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ কনষ্টিটিটিউশ্যন ক্লাবত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কংগ্ৰেছ আৰু চি পি আই (এম)য়েও…

নেৰানেপেৰা বৰষুণে স্তব্ধ কৰি পেলাইছে গুৱাহাটী মহানগৰ ৷ সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা বৰষুণ এতিয়াও শাম কটা নাই ৷ বতৰ বিজ্ঞান বিভাগে ১৭ জুন পৰ্যন্ত বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ৷ ইপিনে , মূষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ অধিকাংশ অঞ্চল কৃত্ৰিম বানৰ…

প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদক ওফৰাই দীপৰ বিলত ৰে’ল বিভাগে পুতিলে ২৫ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা ৷ দীপৰ বিলৰ ৰে’লৱে কিলোমিটাৰ ১৬৪ ৰ পৰা ১৬৮ৰ ভিতৰত মঙলবাৰে বিদ্যুৎপৰিবাহী তাঁৰৰ খুটা পোতাৰ কাম সম্পন্ন কৰে বিভাগটোৱে ৷ দীপৰ বিলত ৰে’ল লাইন স্থাপনৰ…