The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

মন্ত্ৰীসভাৰ সালসলনি : ৰঞ্জিত দাসৰ বাবে অশনি সংকেত, বিমল বৰাৰ ক্ষমতা কৰ্তন, চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত প্ৰত্যাহ্বান

বৃহৎ সালসলনিৰে সম্পন্ন হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ ৷ ভাগ্য উদয় হ’ল মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাৰ ৷ প্ৰচলিত ব্যাকৰণ ভাঙি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেৱল নলবাৰী জিলাৰ পৰাই দুজনকৈ বিধায়কক মন্ত্ৰীসভাত…

মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?

কঁপিছে গুৱাহাটী।প্ৰতিকূল বতৰ আৰু আৰক্ষীৰ বাধা নেওচি মুখ্যমন্ত্ৰী পৰিয়ালৰ পি পি ই কিট কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী কঁপালে বিৰোধী দল-সংগঠনে।  

কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে?

কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে? এনএইছএমৰ বিষয়াক সন্মুখত ৰাখি এটা এটা প্ৰশ্ন সুধিলে অখিল গগৈয়ে৷ অখিল গগৈৰ প্ৰশ্নত কি উত্তৰ দিলে এনএইছএমে? এক প্ৰতিবেদন৷  

কোনে কি দপ্তৰ হেৰুৱালে?

সলনি হ’ল অসম চৰকাৰৰ মন্ত্ৰীসভা৷মন্ত্ৰীসভাত অন্তভুক্ত হ’ল দুজন নতুন মন্ত্ৰী৷সমান্তৰালভাবে ৰাজ্য চৰকাৰে কেইবাজনো মন্ত্ৰীৰ দপ্তৰ সলনি আৰু কৰ্তন কৰিছে।সেই অনুসৰি চন্দ্রমোহন পাটোৱাৰীৰ পৰা পৰিবহন বিভাগ কর্তন কৰা হৈছে৷ পৰিমল শুক্লবৈদ্যৰ পৰা কর্তন কৰা হৈছে বন বিভাগ৷তাৰ সলনি চন্দ্ৰমোহন পাটোৱাৰীক বন…

মাংস: ভোকৰ দৰে এটা মৌলিক আৰু আদিম প্ৰবৃত্তি পূৰাবলৈ মানুহক কিয় মানুহৰ ইতিহাসত পাছত উদ্ভাৱন হোৱা ধৰ্মৰ অনুমোদন লাগে?

মুনীন বায়ন হিমাংশুপ্ৰসাদ দাস পৰিচালিত ‘মাংস’ কালি চালোঁ।অপু ভৰদ্বাজৰ একে নামৰ গল্পৰ আধাৰত গোৱেৰ্নিকাৰ আৰ্টিষ্ট ফেক্টৰীৰ সদস্যসকলে কৰা নাটকখন সামগ্ৰিকভাবে ভাল লাগিল।ভাল লাগিল আন এটা কথাতো যে ৰবীন্দ্ৰ ভৱনত দৰ্শকেৰে ভৰ্তি প্ৰেক্ষাগৃহত নাটখন চালোঁ।সাম্প্ৰতিক ভাৰতৰ এক জ্বলন্ত বিষয় নাটকখনৰ জৰিয়তে…

অৰণ্য মানৱৰ উপস্থিতিত অসম ডাউন টাউন ইউনিভাৰ্চিটিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস

অসম ডাউন টাউন ইউনিভাৰ্চিটিত মুখ্য অতিথিৰূপে অৰণ্য মানৱ যাদৱ পায়েঙৰ উপস্থিতিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস। মুখ্যতঃ জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত বিনিময়ৰ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বিশ্ব পৰিবেশ দিৱসৰ এই অনুষ্ঠান । তাৰোপৰি উক্ত অনুষ্ঠানত উপস্থিত থাকে অধ্যাপিকা বন্দনা…