মাহ ডিচেম্বৰ 2022

‘ভাৰত জোড়ো’ত হোৱাটচএপ ত্ৰাস !

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ মূৰৰ কামোৰণিৰ অন্ত পৰা নাই বিজেপিৰ।বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰাত বিঘিনি ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে বিজেপিয়ে।চলচ্চিত্ৰৰ গীতৰ পৰা আৰম্ভ কৰি চাভাৰকাৰলৈকে নানানটা বিতৰ্কত সাঙোৰ খুৱাব বিচাৰিছিল ৰাহুল গান্ধীক ৷তথাপিও ৰুদ্ধ নহ’ল…

ভেকচিন দিব কিন্তু ৰিস্ক নিজৰ !

প্ৰতিৱেশী ৰাজ্য চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টে ত্ৰাস সৃষ্টি কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সজাগ হৈছে অসম চৰকাৰ।অসমৰ জনতাক ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা মুক্তি দিবলৈকে কেন্দ্ৰীয় চৰকাৰলৈ পুনৰ ক’ভিড ভেকচিন বিচাৰি আৱেদন জনাইছে ৰাজ্য চৰকাৰে।মুঠ এক লাখ কভিশ্বিল্ড আৰু ৬০…

ND tv ও আদানিৰ ‘সম্পত্তি’

১৯৮৮ চনত ND tv ৰ শুভাৰম্ভ হৈছিল।সেই সময়ত প্ৰতিষ্ঠাপক প্ৰণয় ৰয়ে বিশ্বাস কৰিছিল যে ভাৰতীয় সংবাদ মাধ্যম বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সংবাদমাধ্যম৷কিন্তু উপযুক্ত প্লেটফৰ্মৰ অভাৱত ই সম্প্ৰসাৰণ হোৱা নাই।সেয়ে তেওঁ এখন পৃথক প্লেটফৰ্মৰ কথা ভাবিলে আৰু নাম দিলে ND tv.প্ৰতিষ্ঠাপক হিচাপে…

ভেকচিন বিচাৰি আৰ্জি

অসমে বিচাৰিছে ভেকচিন।জৰুৰীভাৱে অসমে বিচাৰিছে ভেকচিন।১.৬ লাখ ভেকচিন লাগে অসমক।অসমত ভেকচিন আছে মাত্ৰ ২.৫৮ লাখ।প্ৰতিৱেশী ৰাজ্য চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টে ত্ৰাস সৃষ্টি কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সজাগ হৈছে অসম চৰকাৰ।অসমৰ জনতাক ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা মুক্তি দিবলৈকে কেন্দ্ৰীয়…

দিল্লীত ‘প্ৰেমৰ দোকান’ !

বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা শনিবাৰে দিল্লীত প্ৰৱেশ কৰে।আজি পুৱা দিল্লীত প্ৰৱেশ কৰা যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ,পৱন খেৰা,ভূপিন্দৰ সিং হুদা,কুমাৰী চেলেজা,ৰণদীপ সূৰ্যেৱালা আদিয়ে।কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী,দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা…

‘চলন্তিকা-২’ৰ উন্মোচন

জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন ‘চলন্তিকা-২’ৰ শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তথা গৱেষক পণ্ডিত ড° দয়ানন্দ পাঠকে । গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক ড° পাঠকে সময়ৰ তৰংগত সকলো হেৰাই যায় বুলি উল্লেখ…

৮ জন তীৰ্থযাত্ৰীৰ মৃত্যু

এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অতি কমেও ৮ জন তীৰ্থযাত্ৰীয়ে।ঘন কুঁৱলীৰ বাবে তীৰ্থয়াত্ৰী কঢ়িয়াই নিয়া বাহন খন এজোপা গছত খুন্দা মাৰি ৬০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।কেৰালাৰ ইডুকী জিলাত…

বাগৰুম্বাই মুখৰিত কৰিব মেৰাপানী

গোলাঘাটৰ মেৰাপানীৰ চাংখাতিত অনুষ্ঠিত হ’ব সদৌ অসম বাথৌ মহাসভাৰ যুৱ সমিতিৰ ৰাজ‍্যিক অধিৱেশন। মেৰাপানী চাংখাতিৰ ৰাজহুৱা খেলপথাৰত ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই অধিৱেশন।বাগৰুম্বা নৃত্যৰে মুখৰিত হ’ব মেৰাপানীৰ চাংখাটি।অধিৱেশনত উপস্থিত থাকিব বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে কেইবাগৰাকীও…

মাত্ৰ ৭ বছৰীয়া মডেলে কঁপাইছে দেশ

শিৱসাগৰৰ ৭ বছৰীয়া আয়ুষ্মান শইকীয়াই মডেলিঙৰ লগতে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে । আয়ুস্মানৰ প্ৰকৃত ঘৰ  শিৱসাগৰ জিলাত যদিও তেওঁ  কৰ্মসূত্ৰে   দুলীয়াজানত থকা পিতৃ প্ৰাঞ্জল শইকীয়া আৰু মাতৃ প্ৰীতিৰেখা বড়াৰ লগত থাকি অধ্যয়নৰ সমান্তৰালকৈ  উত্তৰ…

সুশান্ত বৰগোহাঁই মুৰ্দাবাদ ধ্বনিৰে উত্তাল থাওৰা

থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই মুৰ্দবাদ ধ্বনিৰে উত্তাল পানীদিহিং।পানীদিহিং পক্ষী অভয়াৰণ্যলৈ ভাবুকিৰ সৃষ্টি কৰি খিলঞ্জীয়াৰ ম্যাদী ভূমিত এছকেভেটৰ চলাই বীৰত্ব প্ৰদৰ্শনত ব্যস্ত থাওৰাৰ বিধায়কগৰাকী।চৰকাৰী আঁচনি ৰূপায়ণৰ নামত থলুৱা লোকক প্ৰৱঞ্চনা কৰিছে বিধায়কগৰাকীয়ে।ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত ব্যাপক…