মাহ ডিচেম্বৰ 2022

হঠাৎ আদানিৰ U turn কিয়?

বিশ্বৰ তৃতীয়গৰাকী ধনী ব্যক্তি তথা আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে নিজৰ ব্যৱসায়িক সফলতাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক কৃতিত্ব দিছে।এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগত হোৱা সাক্ষাৎকাৰত উদ্যোগপতি গৰাকীয়ে তেওঁৰ ব্যৱসায়িক সফলতাত ৰাজীৱ গান্ধীৰ অৱদানৰ কথা স্মৰণ কৰি কয় ৰাজীৱ গান্ধীয়ে…

পদপিষ্ট হৈ মৃত্যু ৮

অন্ধ্ৰ প্ৰদেশৰ নেল’ৰ জিলাৰ কান্দুকুৰ নগৰত অনুষ্ঠিত তেলেগু দেশম পাৰ্টিৰ এক সভাত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে।বিৰোধী দলৰ নেতা এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে অনুষ্ঠিত সভাত ভাষণ দি থকাৰ সময়ত অত্যধিক ভিৰৰ বাবে ২গৰাকী মহিলা আৰু…

কাহৰ ঔষধ হ’ব পাৰে মৃত্যুৰ কাৰণ

ভাৰতত তৈয়াৰী কাহৰ ঔষধ খায় মৃত্যুক সাৱটিছে শিশুৱে৷উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে এই তথ্য।নয়ডাত অৱস্থিত মেৰিয়ন বায়’টেক ৰ দ্বাৰা উৎপাদিত কাহৰ ঔষধ ডক-ওৱান মেক্স সেৱন কৰি উজবেকিস্তানৰ মুঠ ১৮ টাকৈ শিশুৱে প্ৰাণ হেৰুৱাইছে।উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি পৰীক্ষাগাৰত পৰীক্ষা কৰাত…

উজ্জ্বল উজলিল ‘আইৰণ মেন’ হিচাপে

শিৱসাগৰৰ খেলুৱৈৰ আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন।আইৰণ মেন খিতাপ অৰ্জন শিৱসাগৰৰ উজ্বল বৰুৱাৰ।অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ভতিজা উজ্বল বৰুৱাই লাভ কৰে এই খিতাপ।অলপতে মেক্সিকোত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি আইৰণ মেন খিতাপ অৰ্জন কৰে শিৱসাগৰৰ সু-সন্তান উজ্বল বৰুৱাই।জন্মসুত্ৰে শিৱসাগৰৰ যদিও বৰ্তমান…

নলবাৰীত একাংক নাট প্ৰতিযোগিতা

আৰম্ভ হ’ল প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা।নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত ৩৩ সংখ্যক এই নাট প্ৰতিযোগিতা বুধবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাই।নলবাৰী নাট্য মন্দিৰত নাট পৰিচালনা সমিতিৰ সভাপতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ…

অভিনেত্ৰীক হত্যা

জনপ্ৰিয় অভিনেত্ৰীক গুলীয়াই হত্যা ।ৰাষ্ট্ৰীয় ঘাইপথত হত্যা ইশা আলিয়াক।পশ্চিম বংগৰ হাওৰাত সংঘটিত এই হত্যাকাণ্ড।ৰাঁচীৰ পৰা কলকাতালৈ গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰে অভিনেত্ৰীগৰাকীক।হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত গাড়ীখনত তেওঁৰ স্বামী প্ৰকাশ কুমাৰ আৰু ৩ বছৰীয়া কন্যাও আছিল।অভিযোগ অনুসৰি পৰিয়ালটো কলকাতা অভিমুখে…

‘সমষ্টি পুনৰ নিৰ্ধাৰণ অসমীয়াৰ পৰিপন্থী ‘ !

অসমৰ বিধান সভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে যি সিদ্ধান্ত লৈছে সেয়া অযুক্তিকৰ আৰু অসম তথা অসমীয়া জাতিৰ স্বাৰ্থৰ পৰিপন্থী এক অপচয়মূলক সিদ্ধান্ত বুলি অভিহিত কৰিছে চিপিআই(এম-এল)দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে। ইয়াৰ আগত বিজেপি সহ অসমৰ সকলো…

এৰিডাৰ ‘সম্পত্তি মেলা’

আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ এণ্ড ডেভল’পাৰ্ছ এছ’চিয়েছন চমুকৈ ‘এৰিডা’ই ২০২৩ বৰ্ষৰ ২ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে সম্পত্তি এক্সপ’ৰ (Property Expo)আয়োজন কৰিছে। গুৱাহাটীৰ পল্টনবজাৰস্থিত আছী অপসৰাত এই এক্সপ’ৰ আয়োজন কৰা হৈছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত…

৪১৪ ৰ পৰা ৫২ -এক বিৰতিহীন ইতিহাস কংগ্ৰেছৰ

আজি দেশৰ সবাতোকৈ পুৰণি দল কংগ্ৰেছে পালন কৰিলে ইয়াৰ ১৩৮ বছৰীয়া প্ৰতিষ্ঠা দিৱস।নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই কয় “ আজি ভাৰতে উন্নয়নৰ মুখ দেখিছে কাৰণ কংগ্ৰেছে দলিত-দৰিদ্ৰ সকলোৰে উন্নতি বিচাৰিছিল-গণতন্ত্ৰক শক্তিশালী…

প্ৰাক্তন ৰাজহ মন্ত্ৰীৰ জন্মশতবাৰ্ষিকী পালন

কামপুৰৰ বিশিষ্ট সমাজসেৱক প্ৰাক্তন ৰাজহ মন্ত্ৰী লক্ষেশ্বৰ গোহাঁইৰ জন্ম শতবাৰ্ষিকী উদযাপন।এই শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।বৃহত্তৰ কামপুৰ অঞ্চলৰ লগতে নগাঁও জিলাখনৰ সামাজিক সাংস্কৃতিক তথা আৰ্থসামাজিক বিকাশত অগ্ৰণী ভূমিকা লোৱা সততাৰ অন্যতম সেৱক জনতা…