মাহ ডিচেম্বৰ 2022

ক’ত লুকাল সেই উমাল গ্ৰীটিংছ কাৰ্ডবোৰ ?

ক্ৰমাৎ ইতিহাস হোৱাৰ দিশে গ্ৰীটিংছ কাৰ্ড।তাহানিৰ গ্ৰীটংছ কাৰ্ড এতিয়া হ’লগৈ ই-কাৰ্ড।হয়,যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে সলনি হৈছে মানুহৰ ৰুচি-অভিৰুচি।ভাল লগা বহু বস্তু সময়ৰ সোঁতত হেৰাই গৈছে। তাৰে এটা প্ৰমাণ ইংৰাজী নৱবৰ্ষৰ এই সময়।নৱবৰ্ষৰ প্ৰাকক্ষণত নিজৰ আপোনজন বা বন্ধু-বান্ধৱীক নৱবৰ্ষৰ শুভেচ্ছা…

টেলিস্কোপ তাকো পাইপেৰে সজা?

নগঞা জোঁৱাইৰ বিৰল কৃতিত্ব !PVC পাইপেৰে দুদিনতে সাজি উলিয়ালে অত্যাধুনিক টেলিস্কোপ।সুন্দৰকৈ দৃশ্যমান হয় মহাকাশৰ গ্ৰহ-নক্ষত্ৰ।বিজ্ঞান নহয় সংগীতৰ সৈতেহে সম্পৰ্ক তেওঁৰ – তথাপিও চমকপ্ৰদ উদ্ভাৱন।নাম তেওঁৰ ডেৰিক ক’ৰিয়া ।বিগত ১৪ বছৰ ধৰি সংগীতৰ বিশাল ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে তেওঁ ।সংগীতৰ…

বঙহৰ বিৰুদ্ধে বঙহ দেউৰী সমাজত

নৱগঠিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে সৰৱ হৈছে দেউৰী জনতা।ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ চৰকাৰে গঠন কৰা পৰিষদৰ বিৰুদ্ধে সংবাদমেল বিহপুৰীয়া সমষ্টিত।দেউৰী জাতীয় ঐক্য মঞ্চ আৰু সদৌ দেউৰী নাৰী কল্যাণ সমিতিয়ে এই সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হয়।পৰিষদত উত্তৰপাৰৰ…

সোণোৱাল কছাৰী ছাত্ৰ-ছাত্ৰী লৈ জলপানি

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানি বিতৰণ কাৰ্যসূচী শুকুৰবাৰে অনুষ্ঠিত হয়।উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান প্ৰাপ্ত বৈভৱ সোণোৱাললৈ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা এক লাখ টকা সহ…

বিদায় ‘ক’লা হীৰা’…

কেৱল ক্ৰীড়া জগতৰে নহয় সমগ্ৰ বিশ্বৰে জীৱন্ত কিংবদন্তি পেলেৰ দেহাৱসান । জীৱন যুদ্ধত হাৰ মানিলে মহাতাৰকা পেলেই ।লগে লগে অন্ত পৰিল এক সোণালী যুগৰ ।মহান ফুটবল খেলুৱৈ পেলে আৰু নাই এই পৃথিৱীত।মানি ল’বলৈ কঠিন যদিও এয়াই সত্য। এটা সময় আছিল…

ড০ পূর্ণ ভট্টাচার্যলৈ ‘বন্ধু-চাকি সাহিত্য-বঁটা’

বয়স নিৰ্বিশেষে কবি-প্ৰতিভাৰ সন্ধান কৰি তুলি ধৰা, আৰু নিষ্ঠাৱান কবিক মৰ্যাদা দিয়াৰ মানসেৰে গঢ় লৈ উঠা ‘বন্ধু-চাকি’ৰ পঞ্চম-প্ৰয়াস হিচাপে, ২০২৩ খ্ৰীষ্টাব্দৰ ‘বন্ধু-চাকি সাহিত্য-বঁটা’ আগবঢ়োৱা হৈছে — ‘মানুহবোৰ যেতিয়া তেজত ফুলে’ (১৯৯৬), ‘চাফ-চিকুণৰ বাবে পাঁচ নম্বৰ’ (২০১৫)কে ধৰি ছয়খন কবিতা-পুথি ;…

বিজেপিক বাই বাই দিব ত্ৰিপুৰীয়ে !

বিধানসভা নিৰ্বাচনৰ আগতে ত্ৰিপুৰাত আৰম্ভ হৈছে নতুন ৰাজনৈতিক সমীকৰণ ।আৰম্ভ হৈছে কংগ্ৰেছ আৰু বাওঁ দলৰ মাজত নতুন ৰাজনৈতিক সমীকৰণ !আনহাতে শাসক দল বিজেপিও এইক্ষেত্ৰত বহি থকা নাই।ৰাজ্যখনৰ মুঠ ৫ টা বিৰোধী দলৰ লগতে চিপিএম আৰু কংগ্ৰেছে ৰাজ্যখনৰ জনতাক ঐক্যবদ্ধ হৈ…

নিউ জলপাইগুড়ি পালেহি বন্দে ভাৰত !

বন্দে ভাৰত ৰে’ল এইবাৰ পশ্চিম বংগত আৰম্ভ হ’ল।আজি পুৱা হাওৰা-নিউ জলপাইগুড়ি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।শুকুৰবাৰে পুৱা ভিডিঅ’ কনফাৰেন্স যোগে এই এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।এই এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিয়েই মাতৃৰ মৃত্যু হোৱাৰ বাবে পুৱাই আহমেদাবাদলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোডী।পশ্চিম…

পুনৰ গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ নেতা

তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ছাকেট গোখলেক গুজৰাট আৰক্ষীয়ে বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ কৰে।ৰাজহুৱা ধন সংগ্ৰহ কৰা আৰু ইয়াৰ অপব্যৱহাৰ কৰাৰ অভিযোগত কলকাতাৰ পৰা গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাকেট গোখলেক।গোখলেক আহমেদাবাদৰ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰি আহমেদাবাদলৈ লৈ ৰাওনা হৈছে৷শুকুৰবাৰে আবেলিহে দলটো আহমেদাবাদত…

সাৰ্বভৌমত্ব মানিলেহে শান্ত হ’ব ৰাছিয়া

বৃহস্পতিবাৰে পুৱাই ৰাছিয়াই ড্ৰোণেৰে আক্ৰমণ আৰম্ভ কৰে ইউক্ৰেইনৰ প্ৰধান চহৰ কিভ,এলভিভত।ইউক্ৰেইনৰ বায়ু সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘বায়ু আৰু সমুদ্ৰ দুয়ো পৃষ্ঠৰ পৰা মিছাইলেৰে আক্ৰমণ চলাই য’ত অত্যন্ত উচ্চ প্ৰযুক্তিসম্পন্ন এয়াৰক্ৰাফট আৰু জাহাজ প্ৰয়োগ হৈছে।’ৰাছিয়াই এই আক্ৰমণত ইউক্ৰেইনৰ প্ৰধান তথা…