Investigative reporting with dedication.
‘দুৰ্নীতিমুক্ত’ চৰকাৰৰ নমুনা

দুৰ্নীতিমুক্ত চৰকাৰ বুলি দাবী কৰি অহা বিজেপি চৰকাৰৰ দিনত আৰক্ষীয়ে কোনোমতে পেটেভাতে খাই থকা ৰিক্সাচালকৰ পৰাও সংগ্ৰহ কৰে ধন।আৰক্ষীৰ এই ধন সংগ্ৰহৰ বিৰোধিতা কৰি বঙাইগাঁও জিলাৰ মানিকপুৰত ই ৰিক্সা চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ই ৰিক্সা চালকৰ পৰা…










