মাহ অক্টোবৰ 2021

কঠোৰ ৰাজ্য চৰকাৰঃ টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব চৰকাৰে

🔴 অৱশেষত কঠোৰ হ’ল ৰাজ্য চৰকাৰ 🔴 সকলো টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে 🔴 ২১খন জিলাৰ বিদ্যালয় পৰিদৰ্শকক প্ৰতিবেদন যুগুতৰ নিৰ্দেশ 🔴 ২২ অক্টোবৰৰ ভিতৰত যুগুত কৰিব লাগিব তদন্তৰ প্ৰতিবেদন 🔴 ভুৱা প্ৰমাণ-পত্ৰ লৈ ৰাজ্যত বহু টেট শিক্ষকে…

মহাপুৰুষীয়া ভাওনা বিকৃতকৰণঃ অৱশেষত ক্ষমা খুজিলে বেহৰবাৰী আউটপোষ্টৰ মোহনে

🔴 ভাওনাৰ নামত বিজতৰীয়া নৃত্য কৰি অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ মোহন ওৰফে দীপজ্যোতি কেওঁট 🔴 উল্লেখ্য যে এক ভাওনা অনুষ্ঠানৰ মাজতে বিজতৰীয়া নৃত্য কৰিছিল মোহনে 🔴 ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিছে অভিনেতা গৰাকীয়ে 🔴…

বিশ্বত অচিৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন

বিশ্বত অতি শীঘ্ৰেই উপলব্ধ হ’ব হুপি ল’ব পৰা ক’ভিড ভেকচিন। এই ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব ৩০০ গুণ। চীন দেশে শেহতীয়াকৈ প্ৰস্তুত কৰিছে হুপি বা ইনহেল কৰি ল’ব পৰা কোভিড ভেকচিনৰ বুষ্টাৰ শ্বট। চীনৰ গ্লোবেল টাইমছত প্ৰকাশিত বাতৰি…

উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন-খহি পৰিল হোটেলঃ নিহত ৬

🔴 উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে 🔴 মূষলধাৰ বৰষুণৰ বাবেই সংঘটিত হৈছে এই ঘটনা 🔴 এই পৰ্যন্ত ৬ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে 🔴 উল্লেখ্য যে ভূমিস্খলনত নেপালৰ ৩জন আৰু কানপুৰৰ এজন পৰ্যটকৰ মৃত্যু হৈছে 🔴 ২৪ ঘন্টা ধৰি…

ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদান

বিগত দুটা বছৰে ক’ভিডৰ কালৰূপে বিধ্বস্ত কৰি পেলালে সাধাৰণ জনজীৱন। লকডাউন তথা ক’ভিড সংক্ৰমণৰ বাবে এই দুটা বছৰে বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ পাঠদান প্ৰক্ৰিয়া। মাজতে মহাবিদ্যালয় তথা হাইস্কুল পৰ্যায়ৰ পাঠদান আৰম্ভ হৈছিল যদিও তাকো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল…

আজি কাতি বিহু

আজি কাতি বিহু।আহিন-কাতি মাহৰ সংক্ৰান্তিত এই বিহু পালন কৰা হয় ।এই বিহুৰ আনুষঙ্গিক অনুষ্ঠান হ’ল ধাননি পথাৰত , তুলসীৰ তলত আদি স্থানত সৰিয়হ তেলৰ চাকি দিয়া আৰু পথাৰত ধান চাবলৈ যোৱা । আমি সকলোলৈকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ…

কাইলৈৰ পৰা খুলিব স্কুলঃ ২০ মাহৰ অন্তত স্কুললৈ যাব ছাত্ৰ-ছাত্ৰী

🔴 কাইলৈৰ পৰা খুলিব ৰাজ্যৰ স্কুলকে ধৰি আন শিক্ষানুষ্ঠান সমূহ 🔴 প্ৰায় ২০ মাহৰ পিছত বিদ্যালয়লৈ যাব ছাত্ৰ-ছাত্ৰী 🔴 কিন্তু এটা সময়ত এটা শ্ৰেণীকোঠাত ৩০ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব 🔴 কাইলৈৰ পৰা প্ৰাথমিক-মাধ্যমিক কিম্বা হাইস্কুল পৰ্যায়ৰ পাঠদান আৰম্ভ হব…

মাত্ৰ ৫ ছেকেণ্ডত নৈৰ কোবাল সোঁতত যাহ গ’ল এটা অট্টালিকাঃ তাৰ পিছত?

কেৰেলাত এতিয়াও অব্যাহত আছে জলপ্ৰলয়। নেৰেনেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনে দুৰ্বিসহ কৰি তুলিছে কেৰেলাবাসীৰ জীৱন। ইতিমধ্যেই ৰাজ্যখনৰ কোট্টায়াম জিলাৰ পৰা ১৩টা আৰু ইডুক্কীৰ পৰা ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। কিন্তু এনে প্ৰলয়ৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ’ই…

৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক

🔴 ৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হব এখন ৰুদ্ধদ্বাৰ বৈঠক 🔴 বৈঠকত বিজেপি সভাপতি জে পি নাড্ডাই পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সাফল্যসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ বাবে সকলো ৰাষ্ট্ৰীয় কৰ্মকৰ্তা আৰু দলৰ…

মেন্টৰ হিচাপে ভাৰতীয় দলত যোগ দিলে কেপ্তেইন কুল এম এছ ধোনীয়ে

আৰম্ভ হ’ল বহু প্ৰতীক্ষিত টি-২০ বিশ্বকাপ। অহা ২৪ অক্টোবৰত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেটচত অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া। কিন্তু তাৰ পূৰ্বে এটা ইতিবাচক খবৰে এতিয়া সুখী কৰিছে ভাৰতীয় জনসাধাৰণক। কিয়নো মেন্টৰ অৰ্থাৎ পৰামৰ্শদাতা হিচাপে ভাৰতীয় শিবিৰত যোগ দিলে কেপ্তেইন কুল…