মাহ অক্টোবৰ 2021

শ্বহীদক লৈ কৰা শ্বেৰমান আলীৰ মন্তব্য আমাৰ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমানো অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে বিধায়ক অখিল গগৈ। লগতে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক তুলা-ধূনা দি অখিল গগৈয়ে আলীক এই মন্তব্য উঠাই ল’বলৈ দাবী…

ভেকচিন ল’বলৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছিল নেকিঃ যদি কৰিছে তেন্তে সহজে পাব Health ID

যদি আপুনি ক’ভিড ভেকছিন গ্ৰহণ কৰিবলৈ আধাৰ কাৰ্ডখন Identification Document হিচাপে ব্যৱহাৰ কৰিছে তেন্তে আপোনাক ইতিমধ্যেই ডিজিটেল Health ID এটাৰ সৈতে সংযুক্ত কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহৰ আৰম্ভণিতে আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) দেশজুৰি আৰম্ভ কৰাৰ কথা…

নিমাতীঘাট কাণ্ডৰ লগত জড়িত ৭ জন কৰ্মচাৰীক নিলম্বন

⚫ ৰাজ্য কঁপাই যোৱা নিমাতীঘাট দুৰ্ঘটনাৰ নতুন মোৰ ⚫ নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ জন কৰ্মচাৰীক ⚫ কৰ্মচাৰী কেইজন ক্ৰমে ধনবৰ দাস, বিজু দাস, যোগেন দত্ত, প্ৰদীপ বৰবৰা,বিনোদ বৰুৱা বাবুল নেওঁগ আৰু জয়ন্ত দাস

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষঃ সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত পুনৰ ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত। শ্বপিয়ান জিলাৰ ৰাহামা গাঁৱত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছত পুৱতি নিশা অঞ্চলটোত অভিযান চলাবলৈ আহিছিল ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনী। সম্পূৰ্ণ অঞ্চলটো ঘেৰি ধৰি বাৰম্বাৰ আত্মসমৰ্পণৰ আহ্বান জনোৱাৰ পিছতো আত্মসমৰ্পণ…

পুনৰ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল

⚫ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল ⚫ পুৱা ৯.১৯ বজাত অনুভূত জোকাৰণি ⚫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৩ ⚫ অৰুণাচল প্ৰদেশৰ পানগিনৰৰ পৰা প্ৰায় ১৮৯ কি: মি: নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ ⚫ ভূমিকম্পতোৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ পৰা ১৬৯ কি: মি: গভীৰতাত

মহাকাশত দৃশ্যমান ঈশ্বৰৰ হাতঃ কি ক’লে নাছা(NASA)ই?

মহাকাশ সংস্থা নাছাই শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে এতিয়া আচৰিত কৰিছে সকলোকে। মানুহৰ বিশালকায় হাত এখনৰ দৰে এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত। বহুতে ইয়াক অলৌকিক শক্তি বুলিও অভিহিত কৰিছে। কিন্তু ফটোখনত দেখা যোৱা হাতখন আচলতে…

শ্বেৰমান আলীক তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কংগ্ৰেছৰ

শ্বহীদ সম্পৰ্কে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কৰা বিৰূপ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত। শ্বেৰমান আলীৰ দায়িত্বজ্ঞানহীন অবিবেচক মন্তব্যই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ ফলস্বৰূপে নিজৰেই দলৰ বিধায়কৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম প্ৰদেশ…

আজি অসম আৰক্ষী দিৱসঃ কিন্তু কিয় পালন কৰা হয় এই দিৱস?

আজি অসম আৰক্ষী দিৱস। অসমৰ আইন-শৃংখলা আৰু প্ৰশাসনিক দিশটোৰ বাবে এটা বিশেষ দিন। অইন বাৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৭১ সংখ্যক অসম আৰক্ষী দিৱস। প্ৰতি বছৰৰ অক্টোবৰ মাহৰ পহিলা দিনটোতে পালন কৰা হয় এই দিৱস। কিন্তু…