মাহ অক্টোবৰ 2021

এইবাৰ কুৱেইটৰ সংসদত অসমৰ গৰুখুটিঁৰ উচ্ছেদৰ প্ৰসংগঃ কিন্তু কিয়?

ৰাজ্যৰ গৰুখুটিঁৰ উচ্ছেদক লৈ এতিয়াও মাৰ যোৱা নাই উত্তেজনা। হিংসাত্মক উচ্ছেদে জোকাৰি গৈছিল সমগ্ৰ দেশ। ইয়াৰ মাজতে অসমৰ উচ্ছেদক লৈ মহাৰাষ্ট্ৰত প্ৰতিবাদ চলি থকাৰ মাজতে কুৱেইটৰ সংসদত উত্থাপন হৈছে গৰুখুটিঁৰ উচ্ছেদ প্ৰসংগ। ভাৰতত মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে বুলি দাবী…

অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন কৰা হ’ল বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক

শ্বহীদৰ বিৰুদ্ধে বিতৰ্কিত অশালীন মন্তব্য কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। শ্বেৰমানৰ দায়িত্বজ্ঞানহীন মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্যৰ বহু দল-সংগঠন আৰু প্ৰতিষ্ঠানে। আনকি কংগ্ৰেছেও শ্বেৰমান আলীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। কিন্তু এতিয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত…

আৰক্ষীৰ প্ৰতি কিয় অসন্তুষ্টি ব্যক্ত কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে?

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনে দেশৰ আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে। মুখ্য ন্যায়াধীশে ৰমনে এখন আবেদনৰ শুনানিৰ সময়ত কয় যে আমোলাতন্ত্ৰ বিশেষকৈ আৰক্ষী বিষয়াসকলৰ আচৰণ সম্পৰ্কত মোৰ যথেষ্ট আপত্তি আছে। তেওঁ লগতে কয় যে…

২৩ বছৰ আগতেই পুত্ৰ ড্ৰাগছ আৰু নাৰীৰ শৰীৰৰ প্ৰতি আসক্ত হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল শ্বাহৰুখেঃ কিন্তু কেনেকৈ?

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই বৰ্তমানো উত্তেজিত কৰি ৰাখিছে মুম্বাইৰ টিনচেল পল্লী। ২৩ বছৰীয়া আৰয়ান শনিবাৰে নিশাৰ পৰা সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। উল্লেখ্য যে আৰয়ানক এনচিবিয়ে বিলাসী ক্ৰুজ জাহাজৰ…

লখিমপুৰলৈ আহোতে আটক হ’ল প্ৰিয়ংকা গান্ধীঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক সকলে। এই প্ৰতিবাদৰ সময়তে কৃষক আৰু বিজেপি কৰ্মীৰ মাজত হোৱা হতাহতিৰ ফলস্বৰূপে মৃত্যু হৈছিল প্ৰায় ৮ জনকৈ লোকৰ আৰু এই হিংসাত্মক ঘটনাৰ পিছতে পৰিস্থিতিৰ বুজ ল’বলৈ খেৰীলৈ ৰাওনা…

মেঘালয়ত ভয়ংকৰ দুৰ্ঘটনাঃ গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কৰুণ মৃত্যু

মেঘালয়ৰ উমছামলেম গাঁৱত শনিবাৰে সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনাত। বাহনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ তথা তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক ফাৰ্ডিনান্দ বি লিংডোৰ। নিহত ফাৰ্ডিনান্দ লিংডো কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ…

ড্ৰাগছ কেচঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খান

অৱশেষত ড্ৰাগছ ৰেইড কেচত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ হাতত গ্ৰেপ্তাৰ হল শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খান। বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰক আন ১০ জন ব্যক্তিৰ সৈতে শনিবাৰে নিশা নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ এটা দলে আটক কৰিছিল। মুম্বাই উপকূলৰ ওচৰত…

আগন্তুক উপ-নিৰ্বাচনৰ বাবে গোসাঁইগাঁও আৰু তামোলপুৰ সমষ্টিত UPPLৰ প্ৰাৰ্থী ঘোষণা

🔴 উপ-নিৰ্বাচনৰ বাবে UPPLৰ প্ৰাৰ্থীৰ নাম ঘোষণা 🔴 দুটা সমষ্টিত প্ৰাৰ্থী দিব UPPLয়ে 🔴 গোসাঁইগাঁও আৰু তামোলপুৰৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে UPPLয়ে 🔴 তামোলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত UPPLৰ প্ৰাৰ্থী হব ক্ৰমে জলেন দৈমাৰী আৰু জিৰন বসুমতাৰী

বিধানসভাত মুখ্যমন্ত্ৰীয়ে জয় বাংলাদেশ বুলি কৰা মন্তব্যৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লওকঃ ভূপেন বৰা

শ্বহীদৰ বিৰুদ্ধে বিতৰ্কিত অশালীন মন্তব্য কৰি ইতিমধ্যেই গ্ৰেপ্তাৰ হল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী। কিন্তু নিজৰ দলৰ এগৰাকী গুৰুত্বপূৰ্ণ বিধায়ক গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বিধানসভাত মুখ্যমন্ত্ৰীয়ে জয় বাংলাদেশ বুলি…

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

🔴 ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 🔴 ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গল অসম 🔴 ২ বাজি ৪০ মিনিটত আহিছিল ভূইকঁপ 🔴 ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ 🔴 ভূখণ্ডৰ পৰা ৫ কিমি অন্তঃভাগত আছিল ভূমিকম্পটোৰ উৎপত্তিস্থল