মাহ অক্টোবৰ 2021

যোগীৰ উত্তৰ প্ৰদেশত কংগনা ৰাণাৱটক ব্ৰেণ্ড এম্বেচেডৰ নিযুক্তি

বলীউডৰ বহু চৰ্চিত, বহু বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটক উত্তৰ প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশ চৰকাৰৰ “এক জিলা-এক সামগ্ৰী” (অ’ডিঅ’পি) আঁচনিৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি প্ৰদান কৰে অভিনেত্ৰী গৰাকীক। কংগনাই তেওঁৰ ছবি “তেজছৰ” দৃশ্যগ্ৰহণৰ…

আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা

কভিদ সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা। আজিৰে পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে চিৰিয়াখানা। উল্লেখ‌ যে আজিৰ পৰা আৰম্ভ হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি পুৱা চিৰিয়াখানা চৌহদত এক শোভাযাত্ৰাৰো শুভাৰম্ভণি…

পিছুৱাই দিয়া হৈছে UGC-NET পৰীক্ষা

◆ পিছুৱাই দিয়া হৈছে UGC আৰু NET পৰীক্ষা ◆ দুৰ্গা পূজাৰ পিছতহে অনুষ্ঠিত হব পৰীক্ষাসমূহ ◆ নেচনেল টেষ্টিং এজেন্সীয়ে জনাইছে এই কথা ◆ ১৭ ৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ ◆ ২০২০ৰ ডিচেম্বৰ আৰু জুন ২০২১ ছেচনৰ অনুষ্ঠিত…

“গৰুখুঁটি কাণ্ডৰ খলনায়ক ফটোগ্ৰাফাৰ বিজয় বণিয়া নিৰ্দোষী” :ৰকিবুল হুছেইন

দৰং জিলাৰ গৰুখুঁটিত হোৱা উচ্ছেদ অভিযানত আৰক্ষী আৰু প্ৰতিবাদকাৰি মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত হোৱা এজন ব্যক্তিৰ মৃতদেহৰ উপৰত অতি বৰ্বৰ ভাৱে জপিয়াই পৰা বিজয় বণিয়া সন্দৰ্ভত মন্তব্য ৰকিবুল হুছেইনৰ। ফটোগ্ৰাফাৰ বিজয় বণিয়াক নিৰ্দোষী বুলিলে ৰকিবুল হুছেইনে।…

হেক হ’ল কৃষি বিভাগৰ ৱেবছাইট: বিভিন্ন আঁচনিৰ ধন লুণ্ঠনৰ চেষ্টা হেকাৰৰ

বঙাইগাঁও জিলাৰ কৃষি বিভাগত সংঘটিত ভয়ংকৰ কাণ্ড। হেক হ’ল কৃষি বিভাগৰ ৱেবছাইট তথা পি এম কিষাণ পৰ্টেল চাৰ্ভাৰ। বিভিন্ন আঁচনিৰ হিতাধিকাৰিৰ ধন লুণ্ঠনৰ চেষ্টা চলাই হেকাৰে। ৱেবচাইটটোত দুহাজাৰ ভুৱা পি এম কিষাণ সন্মান নিধিৰ নাম অন্তৰ্ভু্ত হৈ আছিল। উল্লেযোগ্য যে…

ৰাজ্যত আজিৰে পৰা বলবৎ হ’ব নতুন SOP : কি আছে সবিশেষ

◆ নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ১০.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল।   ◆ নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ। হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী…

আজি প্ৰয়াত শিল্পী জংকী বৰঠাকুৰৰ ওপজা দিনঃ ভগ্নীক সুঁৱৰি জুবিন গাৰ্গৰ আৱেগিক ফেচবুক পোষ্ট

আজি প্ৰয়াত উদীয়মান সম্ভৱনাপূৰ্ণ কণ্ঠশিল্পী জংকী বৰঠাকুৰৰ ওপজা দিন। এক পথ দুৰ্ঘটনাত হঠাৎ আঁতৰি গৈছিল জংকী। আজি জংকীৰ ওপজা দিনত ভগ্নীক সুঁৱৰি ভাতৃ জুবিন গাৰ্গে দিছে এক আৱেগিক ফেচবুক পোষ্ট। ভগ্নীৰ এখন ফটো দি জুবিনে লিখিছে – Memories …..my sister…

গাড়ীচালক-স্বত্বাধিকাৰীৰ বাবে সুখবৰঃ বৃদ্ধি হ’ল ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ

⚫ আজিৰে পৰা বৃদ্ধি হ’ল যান-বাহনৰ নথি,‌ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ ম্যাদ ⚫ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰিছে নৱীকৰণ ৰ ম্যাদ ⚫ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ আহ্বান কেন্দ্ৰৰ ⚫ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে…

শ্বেৰমান আলীৰ বিৰুদ্ধে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। শ্বেৰমান আলীৰ বিৰুদ্ধে কলাইগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছুয়ে। শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যক ধিক্কাৰ দি কলাইগাঁও আঞ্চলিক…

কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ

দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক’ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক’ভিডৰ বাবে প্ৰায় দুটা…