মাহ অক্টোবৰ 2021

মাজুলীত পুনৰ অঘটনঃ লুইতৰ মাজত আৱদ্ধ ফেৰী

◆ মাজুলীত সংঘটিত হৈছে আন এক অঘটন ◆ লুইতৰ মাজত পুনৰ আৱদ্ধ যাত্ৰীবাহী ফেৰী ◆ কমলাবাৰীৰ পৰা নিমাতীঘাটৰ দিশে গৈছিল ফেৰীখন ◆ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰিছিল ফেৰী এম ভি লোহিত ◆ পুৱা ৮ বজাত যাত্ৰা আৰম্ভ কৰিছিল ফেৰীখনে

উত্তৰাখণ্ডত ট্ৰেকিং কৰিবলৈ গৈ মৃত্যুক সাৱটিলে ১১ জনকৈ লোকে

◆ উত্তৰাখণ্ডত সংঘটিত হৈছে এটা শোকাৱহ দুৰ্ঘটনা ◆ ট্ৰেকিং কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ১১ জনকৈ লোকে ◆ উত্তৰ কাশী জিলাৰ পৰা দলটোৱে ১১ অক্টোবৰত আৰম্ভ কৰিছিল যাত্ৰা ◆ বৰফৰ বুকুত দিশ হেৰুৱাই আৱদ্ধ হৈ পৰিছিল ১১ জনকৈ লোক ◆ প্ৰবল…

মুছলমান সকলক অত্যাচাৰ নকৰিবঃ ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে গৰজি উঠিল ৪৩ দেশ

চীনত উইঘুৰ মুছলমানসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠি আহিছে। কিন্তু এতিয়া চীনৰ এই দুৰ্ভগীয়া মুছলমান সকলৰ পক্ষত থিয় দিছে বিশ্বৰ ৪৩ খন দেশে। মুছলমান সকলক অত্যাচাৰ নকৰিব, মুছলমান সকলোৰো স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ আছে-এনেদৰেই এতিয়া চীনত উইঘুৰ মুছলমানৰ…

১০০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে

১০০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০০ কোটি টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পিছত শুক্ৰবাৰে দেশবাসীক সম্বোধন কৰি কয় যে কালি ২১ অক্টোবৰত ভাৰতে ১ বিলিয়ন অৰ্থাৎ ১০০ কোটি ভেকচিন প্ৰদানৰ এক কঠিন আৰু অসাধাৰণ…

তালিবানৰ উপ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ভাৰতৰ প্ৰতিনিধি দলে

🔴 অৱশেষত তালিবানৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হল ভাৰত 🔴 তালিবানৰ উপ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিল ভাৰতৰ প্ৰতিনিধি দল 🔴 আফগানিস্তানৰ উপ প্ৰধানমন্ত্ৰী আব্দুল ছালাম হানিফৰ সৈতে অনুষ্ঠিত হৈছিল ৰুদ্ধদ্বাৰ বৈঠক 🔴 আফগানিস্তানক ঘেঁহু আৰু অন্যান্য সাহাৰ্য্য আগবঢ়োৱাৰ আশ্বাস ভাৰতৰ…

আগ্ৰাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা চাফাই কৰ্মচাৰী অৰুণ বাল্মীকি হত্যাকাণ্ডৰ নতুন মোৰ

আগ্ৰাত চাফাই কৰ্মচাৰী অৰুণ বাল্মীকিৰ মৃত্যুৰ ৰহস্যই নতুন গতি লাভ কৰিছে। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা চাফাই কৰ্মচাৰী গৰাকীৰ পৰিয়ালক লগ কৰিবলৈ যোৱা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকো মাজভাগত আগ্ৰা টোলত বাধা দিছিল আৰক্ষীয়ে। ইফালে সেই সময়তে লজ্জাজনকভাৱে তাত উপস্থিত…

কাৰাগাৰত পুত্ৰক সাক্ষাৎ কৰিলে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে

🔴 আজি পুত্ৰ আৰিয়ান খানক সাক্ষাতৰ বাবে আৰ্থাৰ কাৰাগাৰত উপস্থিত হ’ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান 🔴 পুৱা প্ৰায় ৯.১৫ বজাত আৰ্থাৰ কাৰাগাৰত উপস্থিত হৈছিল শ্বাহৰুখ আৰু দৰ্শনাৰ্থীৰ শাৰীৰ মাজেৰে সোমাই গৈছিল ভিতৰলৈ 🔴 আজি প্ৰথমবাৰৰ বাবে কাৰাগাৰত বন্দী হৈ থকা…

অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী

🔴 অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী 🔴 বাংলাদেশৰ কমিলা আৰক্ষীয়ে চিনাক্ত কৰি উলিয়ালে লোকজনক 🔴 অভিযুক্ত লোকজনৰ নাম ইকবাল হুছেইন 🔴 কমিলা জিলাৰ চুজানগৰৰ আৱাসী ইকবালে ননুৱা দীঘাৰ পাৰৰ পূজা মণ্ডপত ৰাখিছিল কোৰাণ…

টি-২০ বিশ্বকাপৰ পিছত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক?

টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে এৰিব ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ নেতৃত্ব। অধিনায়ক হিচাপে এইটোৱে হ’ব কোহলীৰ অন্তিম টি-২০ বিশ্বকাপ। কোহলীয়ে ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। অৱশ্যে কোহলীয়ে অধিনায়ক পদ এৰিলেও দেশৰ খেলি যাব টি-২০। ভাৰতে…

আজি লক্ষ্মী পূজা

🔴 আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা 🔴 ক’ভিডৰ ভয়াবহতাৰ মাজতে লক্ষ্মী পূজাৰ আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী 🔴 অৱশ্যে অত্যাধিক মূল্যবৃদ্ধিয়ে কিছু পৰিমাণে ম্লান কৰিছে পূজাৰ আনন্দ 🔴 লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ 🔴 আজি লক্ষ্মী পূজাৰ…