Investigative reporting with dedication.
গামোচা , পিঠা- লাৰু , টেট পৰীক্ষা সন্দৰ্ভত অসম চৰকাৰে কি সিদ্ধান্ত ল’লে ?

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অষ্টমসংখ্যক কেবিনেট বৈঠক ৷ এই বৈঠকত গামোচা , পিঠা – লাৰুৰ পৰা আৰম্ভ কৰি টেট পৰীক্ষালৈ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হ’ল-…









