মাহ জুলাই 2021

অসমীয়াৰ ইতিহাস ৰঙেৰে মচিলে কোনে?

জনশ্ৰুতি অনুসৰি,ৰুক্মীনিক হৰণ কৰিবলৈ আহোতে লুইতৰ ঘূলীত বৰশী বাইছিল ভগৱান শ্ৰীকৃষ্ণই৷যাত্ৰা পথত ক্লান্ত ঘোঁৰাক জিৰাবলৈ দি লুইতৰ ঘূলীৰ পাৰৰ শিলত বহি বৰশী বাইছিল শ্ৰীকৃষ্ণই৷সেই স্থানৰ শিলত থকা এটা ভৰিৰ ছাপক কেন্দ্ৰ কৰিয়েই আছে জনবিশ্বাস- বৰশী বোৱা স্থানত ৰৈ গৈছিল ভগৱান…

মুখ সলনি হল৷সলনি হবনে মোদী চৰকাৰৰ চৰিত্ৰ ?

মুখ সলনি হল৷সলনি হবনে চৰিত্ৰ?ব্যাপক ৰদ বদল হল মোদী চৰকাৰৰ৷নতুন মুখে সলনি কৰিলে মোদী চৰকাৰক৷কিন্তু প্ৰশ্ন হয়-এইবাৰ চৰিত্ৰও সলনি হবনে মোদী চৰকাৰৰ? মোদী কেবিনেটত কাৰোবাক নতুনকৈ সংযোজন কৰা হল,কাৰোবাক প্ৰমোচন দিয়া হল৷সমান্তৰালভাবে কাৰোবাক বিদায় দিয়া হল মন্ত্ৰীসভাৰ পৰা৷বিদায় দিয়াৰ আঁৰত…

EXCLUSIVE : ই- মেইলৰ জড়িয়তে কেনেদৰে হেক কৰা হয় সামাজিক কৰ্মীৰ কম্পিউটাৰ ?

 ই-মেইলৰ জড়িয়তে কম্পিউটাৰ হেক , তাৰ পাছত সংস্থাপন প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা সন্নিৱিষ্ট চিঠি ৷ ইয়াৰ ভিত্তিত নিয়াৰ গোচৰ ৷এক চাঞ্চল্যকৰ কাহিনী ৷

প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দল!কোন কোন থাকিব প্ৰশান্ত কিশোৰৰ বিজেপি বিৰোধী অভিযানত?

বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যহ্বান কেৱল কংগ্ৰেছ,আপ অথবা তৃণমূল কংগ্ৰেছ নহয়৷ বিজেপিৰ সন্মুখত এইবাৰ প্ৰত্যাহ্বান প্ৰশান্ত কিশোৰৰ নিজা দল৷বিহাৰৰ পৰা আৰম্ভ হব প্ৰাশান্ত কিশোৰৰ ৰাজনৈতিক অভিযান৷ দেশজুৰি আৰম্ভ হৈছে বিজেপি বিৰোধী মহাশক্তি গঠনৰ কুচকাৱাজ৷প্ৰধান বিৰোধী দল কংগ্ৰেছৰ দুর্বল ভূমিকাৰ মাজতে বিজেপি…

দৰিদ্ৰতা অতিক্ৰমি কেনেকৈ বৃহৎ অৰ্থনীতিত পৰিণত হ’ল দক্ষিণ কোৰিয়া?

বিপুল কলিতাৰ কলমত- শেহতীয়া এক তথ্য অনুসৰি গৱেষণা আৰু বিকাশৰ শিতানত ব্যয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰা দেশখনেই হৈছে দক্ষিণ কোৰিয়া ৷ দক্ষিণ কোৰিয়াই যোৱা চাৰি দশকত এক উচ্চ-প্ৰযুক্তিৰ ঔদ্যোগিক অৰ্থনীতিত পৰিণত হ’বলৈ সক্ষম হৈছে আৰু আজি দেশখন বিশ্ব…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৪

অৰূপ কলিতাৰ কলমত– ১৯৯৮ চনৰ ৫ মাৰ্চত পৰাজয়ৰ বিশ্লেষণৰ বাবে চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হ’ল ৷ বৈঠকত ছোনিয়া গান্ধীয়ে পোনপটীয়াকৈ দলৰ দায়িত্ব লোৱাৰ দাবী উত্থাপন হ’ল ৷ খঙত জ্বলি পকি উঠিল সীতাৰাম কেশৰী ৷ তেও মুকলিকৈ শাৰদ পাৱাৰ ,…

মোদীৰ পৰীক্ষাত কোন পাছ , কোন ফেইল ? সবিশেষ পঢ়ক-

পৰীক্ষা অনুষ্ঠিত নহল চিবিএছই আৰু ৰাজ্যিক ব’র্ডৰ৷ কিন্তু  ৰিজাল্ট ওলাব ৷পূর্বৰ পাৰদৰ্শিতাৰ ভিত্তিত  প্ৰদান কৰা হব নতুন ফলাফল৷ তথাপি ফলাফলৰ অপেক্ষাত এতিয়া ছাত্ৰ-ছাত্ৰী , অপেক্ষাত অছে অভিভাবকসকলো ৷মেট্ৰিক , হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলৰ অপেক্ষাৰ মাজতে আজি অন্ত পৰিল আন এটা পৰীক্ষাৰ…

ভাৰতত কিয় এতিয়াও উপলব্ধ হোৱা নাই আমেৰিকান ভেকচিন ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনে ভাৰতক প্ৰদান কৰা ভেকচিনসমূহ এতিয়াও সৰ্বসাধাৰণৰ বাবে উপলব্ধ হোৱা নাই ৷ অথচ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশৰ নাগৰিকে লাভ কৰিছে আমেৰিকান ভেকচিন ৷  কিন্তু কিয় ? বাখ্যা আগবঢ়াইছে আমেৰিকান এম্বেছীয়ে ৷ আমেৰিকান এম্বেছীৰ মতে , ভাৰতক…

নতুন টীম মোদীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি ?

ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে – অভিজ্ঞতা…

অসমত কিয় , কোনে বলবৎ নকৰে মাইক্ৰ’ফাইনেন্স ৰেগুলেশ্যন আইন ?

নাহৰকটীয়াৰ দুহেজাৰ মহিলাই হাতেবোৱা দুহেজাৰ গামোচা উপহাৰ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ৷ জনসংযোগ বিভাগে প্ৰকাশ কৰা বিবৃতি অনুসৰি মইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পাছত এইদৰেই গামোচাৰে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছে নাহৰকটীয়াৰ মহিলাসকলে ৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইক…