সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত ক’ৰোনা : ১ লাখৰো অধিক আক্ৰান্ত

এক লাখৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৷
যোৱা ২৪ ঘন্টাত ৪,৯৭০ গৰাকী লোকৰ দেহলৈ নতুনকৈ ক’ৰোনা সংক্ৰমিত হয়৷
দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১,০১,১৩৯ গৰাকী৷
ইফালে, কালিৰ দিনটোত পুণৰ ১৩৪ গৰাকী ক’ৰোনা ৰোগী মৃত্যুমুখত পৰে ৷
ভাৰতত ক’ৰোনাত আক্ৰান্ত ৩,১৬৩ গৰাকী লোকৰ এতিয়ালৈ মৃত্যু হৈছে৷
মহাৰাষ্ট্ৰত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.