অসমত আৰু লকডাউন নহয়ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লকডাউন অসমত হ'ব নে নহয় সেয়া স্পষ্ট কৰিলে। অৱশ্যে লকডাউন সম্পৰ্কে বৰ্তমানো সংবাদ মাধ্যমত চৰ্চা চলি আছে৷ শৰ্মাই কয় যে আমি কোনেও লকডাউন হোৱাতো…