সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়?

তালিবানে আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে।বৰ্তমান সংযুক্ত আৰৱ এমিৰেটচ(UAE)ত আশ্ৰয় গ্ৰহণ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে। কিন্তু প্ৰশ্ন হয় - বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়? UAEত আশ্ৰয়…

অখিল গগৈ আকৌ দিল্লীলৈ কিয় ?

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শণিবাৰে পুণৰ ৰাওনা হৈছে নতুন দিল্লীলৈ ৷ তিনিটা দিনৰ  ভ্ৰমণসূচীৰে তেও দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে ৷ জানিব পৰা মতে , অখিল গগৈয়ে নতুন দিল্লীত ভোট কুশলী প্ৰশান্ত কিশোৰ আৰু তৃণমূল…

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত কি হ’ব : ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব স্বাভাৱিক জীৱন যাত্ৰা।ৰাজ্যত বৰ্তমান হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।কোভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৫০০ ৰ তললৈ নামিছে।সেয়ে অসম চৰকাৰৰ এই সিদ্ধান্ত।ইমানদিনে বন্ধ হৈ থকা বাছ সেৱাও খুলি দিয়া হ'ব ১…

হাৰিয়ানাত প্ৰতিবাদী কৃষকৰ মূৰ ফালিবলৈ কিয় নিৰ্দেশ দিলে উপায়ুক্তই ?

হাৰিয়ানাৰ কৰণালত বিজেপি নেতাক ৰখাবলৈ প্ৰতিবাদকাৰী কৃষকে টোল গেটত লগালে ট্ৰেফিক জাম ৷তেতিয়াই পথ মুকলি কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত লাঠীচালনা কৰে ৷এই ঘটনাত কেবাগৰাকীও কৃষক গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পাছতে আন এটা ভাইৰেল হোৱা ভিডিঅ’ই…

দেশৰ আটাইতকৈ কনিষ্ঠ পাইলট গৰাকী কোন জানেনে ?

১১মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অন্তত গুজৰাটৰ চুৰাটৰ কৃষক কান্তি পেটেলৰ কন্যা ১৯ বছৰীয়া মৈত্ৰী পেটেলে বাণিজ্যিক বিমান চলোৱাৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৈত্ৰীয়ে শৈশৱৰ পৰাই পাইলট হোৱাৰ সপোন দেখিছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ…

কৃষি আইনৰ বিৰোধিতাৰে কি ক’লে ষ্টালিনে ?

দেশৰ সৰ্বত্ৰ কৃষি আইন বিৰোধী প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে ৰাজ্যিক বিধান সভাত কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰি চৰ্চালৈ আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন। বিধানসভাত ভাষণ ৰাখি ষ্টালিনে কয় যে আইন কেইখন…

আৰক্ষীৰ জালত ৰেভ পাৰ্টিৰ মূল অভিযুক্ত

অৱশেষত গুৱাহটীলৈ নিষিদ্ধ ড্ৰাগচ(ক'কেইন) যোগান ধৰা তথা ৰেভ পাৰ্টিৰ মূল অভিযুক্ত বিশাল চৌধুৰী জালত পৰে আৰক্ষীৰ। লতাশিল আৰক্ষী আৰু ক্রাইম ব্ৰাঞ্চৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় চৌধুৰী। অশোক বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ…

ভাৰতৰ দু:শ্চিন্তা : আইছিছত কেৰালাৰ ১৪ সদস্য

কাবুলত সংঘটিত ভয়াবহ বিস্ফোৰণৰ আঁৰত কেৰালাৰ ১৪ জন লোক জড়িত হৈ থকাৰ খবৰে এতিয়া দু:শ্চিন্তাত পেলাইছে ভাৰতৰ নিৰাপত্তা সংস্থাসমূহক ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ,তালিবানে আফগ্নিস্তানৰ ক্ষমতা দখল কৰাৰ পাছত জেলৰ সকলো কয়েদীক মুক্ত কৰি দিছিল ৷ সেই…

বিজেপিত ভাঙোণ : দুই বিধায়কৰ তৃণমূলৰে যোগাযোগ

পশ্চিমবংগ দখলৰ পাছত তৃণমূল কংগ্ৰেছৰ সক্ৰিয় হৈ পৰিছে ত্ৰিপুৰাৰ ৰাজনীতিত ৷ তাৰ লগে লগে ত্ৰিপুৰা বিজেপিত ভাঙোণ আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ আৰু দুজন বিজেপি বিধায়কে শেহতীয়াকৈ তৃণমূল নেতৃত্বক সাক্ষাৎ কৰা বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে ৷ ত্ৰিপুৰাৰ…

মাইচ’ৰত ছাত্ৰীক দলবদ্ধ ধৰ্ষণঃ ৫ জনক গ্ৰেপ্তাৰ

মঙলবাৰে নিশা মাইচ'ৰত এগৰাকী ২৩ বছৰীয়া MBA পাঠ্যক্ৰমৰ ছাত্ৰীক চাৰি-পাঁচজন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাটো মাইচ'ৰৰ ললিতহাদ্ৰিপুৰা অঞ্চলৰ টিপ্পায়ানাকেৰী অঞ্চলত নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল।…