সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

guwahati

ত্ৰিৰংগা বিহীন গান্ধীমণ্ডপ

আজাদী কা অমৃত মহোৎসৱৰ প্ৰাকক্ষণত জাতীয় পতাকাবিহীন গান্ধীমণ্ডপ। জাতীয় পতাকা নাই, উকা হৈয়েই থিয় হৈ ৰৈছে পতাকা দণ্ড। গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ২০১৮বৰ্ষৰ ২ অক্টোবৰত প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰি উলিওৱা হৈছিল গান্ধীমণ্ডপৰ…

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কার্যনির্বাহকত কি কি সিদ্ধান্ত লোৱা হ’ল?

আজি গুৱাহাটীৰ চিৰিয়াখানাত অনুষ্ঠিত হয় চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কাৰ্যনিৰ্বাহক বৈঠক৷বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।বিগত ৩১/০৫/২০২২ তাৰিখে অনুষ্ঠিত হৈ যোৱা নাগৰিক সভাৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰিবলৈ এই কাৰ্যনিৰ্বাহক সভা…

ভেক্টৰ একাডেমীৰ তৰফৰ পৰা বহু উদগণীমূলক ছাত্ৰ-বৃত্তিৰ ঘোষণা

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে গুৱাহাটীৰ লতাশিলস্থিত ভেক্টৰ একাডেমীয়ে বহু উদগণিমূলক ছাত্ৰ-বৃত্তিৰ প্ৰচেষ্টা হাতত লৈছে । JEE/NEET ৰ বাবে নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান, ভেক্টৰ একাডেমীয়ে হাইস্কুল শিক্ষান্ত…

৬ বছৰে গুৱাহাটীত কি কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই?

৬ বছৰে গুৱাহাটীত কি কি নকৰিলে হিমন্ত বিশ্ব শৰ্মাই? ৬ বছৰে গুৱাহাটীত কি কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit:…

চাকৰি বিচৰা নিবনুৱাক আৰক্ষীৰ গালি আৰু গোৰ কিয়?

চাৰি বছৰে নিযুক্তিৰ বাবে আশাৰে ৰৈ থকা এদল নিবনুৱা ৷ ফলাফল বিচাৰি আহিছিল মহানগৰীলৈ ৷ তাৰ পাছত সন্মুখীন হ’ল অকথ্য নিৰ্যাতনৰ ৷ মুখ্যমন্ত্ৰীৰ সন্দেহ-ফাদিল হৈছে ফলাফল ৷ আৰক্ষীৰ নিযুক্তিক লৈ অনেক প্ৰশ্ন ৷ চাওক এই প্ৰতিবেদনত - স্বতন্ত্ৰতাৰ বাবে…

ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?

পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত…

‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম’ গঠন

অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যত সন্দৰ্ভত এখন সভা আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক তথা nezine. com-ৰ সম্পাদক সুশান্ত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত গুৱাহাটীস্থ ডিজিটেল মিডিয়াৰ অৰ্ধশতাধিক…

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল জনপ্রিয় কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ

শেষকৃত্য সম্পন্ন হ'ল গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ। আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ল জনপ্রিয় কণ্ঠশিল্পীগৰাকীৰ। বুধবাৰে সন্ধিয়া ৬.১৫ বজাত ৭১ বছৰ বয়সত দিছপুৰ পলিক্লিনিকটত ব্ৰেইন ষ্টকত আক্রান্ত হৈ জীৱন নাটৰ…

ডঃ হিমন্ত বিশ্ব শৰ্মাই কি কি ক’লে সংবাদমেলত-

আজি জনতা ভৱনত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহু কেইটা গুৰুত্বপূর্ণ কথা ঘোষণা কৰে মুখ্যমন্ত্রী শৰ্মাই। মুখ্যমন্ত্রীগৰাকীৰ ঘোষণা, ১৫ ফেব্ৰুৱাৰী পৰা ৰাজ্যত নাথাকিব কোনো ধৰণৰ নৈশ কাৰ্ফিউ। কিন্তু সকলোৱে মাস্ক পিন্ধাটো…

ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ: গুৱাহাটী উচ্চ ন্যায়ালয়

ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি…