সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

covid

ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত…

আশ্চৰ্যজনকঃ এবছৰৰ পিছত হস্পিতালৰ পৰা উদ্ধাৰ হ’ল ক’ভিড ৰোগীৰ মৃতদেহ

মৃত্যুৰ এবছৰৰো অধিক সময়ৰ পিছত ESI ৰাজাজীনগৰ চিকিৎসালয়ৰ শৱগৃহত উদ্ধাৰ হল দুজনকৈ ক'ভিড-১৯ ৰোগীৰ মৃতদেহ। নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা কেপি অগ্ৰহৰাৰ মুনিৰাজু (৬২) আৰু চামাৰাজপেটৰ দুৰ্গা (৪০)ৰ মৃতদেহ ২০২০…

ক’ভিডৰ নতুন ভেৰিয়েণ্ট প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে?

বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক'ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক'ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক'ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে…

সাৱধানঃ আহি আছে কৰ’ণাৰ মাৰাত্মক ভেৰিয়েণ্ট “R.1”

⚫ আহি আছে কৰ'ণাৰ আটাইতকৈ ভয়ানাক নতুন প্ৰকাৰ "R.1" ⚫ আমেৰিকা যুক্তৰাষ্ট্ৰত ধৰা পৰিছে এই আতংক সৃষ্টি কৰি ভেৰিয়েণ্টতো। ⚫ "R.1"ভেৰিয়েণ্টে পুনৰ সমগ্ৰ বিশ্বতে সৃষ্টি কৰিব আতংকময় পৰিবেশৰ। ⚫ সাধাৰণ ৰূপতকৈ এই ভেৰিয়েণ্টে অধিক ভয়ংকৰ ভাবে…

ক’ৰোনাৰ নতুন ৰূপ , কাম নিদিব ভেকচিনে : হুৰ আশংকা

ক’ৰোনা ভাইৰাছৰ এটা নতুন ৰূপে চিন্তাত পেলাইছে বিশ্ব স্বাস্থ্য সংস্থাক ৷ কলম্বিয়াৰ কোভিড ৰোগীৰ দেহত ধৰা পৰা নতুন ৰূপৰ ক’ৰোনা ভাইৰাছবিধৰ নাম দিয়া হৈছে ‘মু’ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা – নতুন ৰূপৰ এই ভাইৰাছে ভেকচিনৰ কাৰ্যকৰীতাও হ্ৰাস কৰিব ৷…

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত কি হ’ব : ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব স্বাভাৱিক জীৱন যাত্ৰা।ৰাজ্যত বৰ্তমান হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।কোভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৫০০ ৰ তললৈ নামিছে।সেয়ে অসম চৰকাৰৰ এই সিদ্ধান্ত।ইমানদিনে বন্ধ হৈ থকা বাছ সেৱাও খুলি দিয়া হ'ব ১…

আসন্ন ক’ভিডৰ তৃতীয় ঢৌ :  সংক্ৰমিত হ’ব পাৰে নেকি আপোনাৰ সন্তান ?

দেশত ক'ভিডৰ দ্বিতীয় ঢৌ এতিয়াও শেষ হোৱা নাই ৷ তাৰ মাজতে আসন্ন তৃতীয় ঢৌৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। কোভিডৰ তৃতীয় ঢৌয়ে  শিশু সকলক সংক্ৰমিত কৰিব বুলি বিশেষজ্ঞ সকলে কৰা সাৱধানবাণী শুনি এতিয়া চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ তথা…

১ ছেপ্তেম্বৰৰ পৰা অসমত আনলক : আৰু কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

আনলক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যত দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা ৫০০ লৈ হ্ৰাস পালেই সম্পূৰ্ণ আনলক ৷ বৰ্তমানৰ দৰে পৰিস্থতি অব্যাহত থাকিলেও ১ ছেপ্তেম্বৰৰ পৰা আন্ত:জিলা যাতায়ত সম্পূৰ্ণৰূপে মুকলি…

ক’ৰোণাৰ তৃতীয় ঢৌ ! ৬ দিনত আক্ৰান্ত ৩০০ ৰো অধিক শিশু

ক’ৰোণাৰ তৃতীয় ঢৌৰ আশংকা প্ৰবল হৈ পৰিছে ৷ বিগত ৬ দিনত বাংগালুৰুত কোভিডত আক্ৰান্ত হৈছে ৩০০ ৰো অধিক শিশু ৷ আক্ৰান্তসকলৰ ১২৭ টি শিশুয়ে ৯ বছৰ বয়সৰ তলৰ ৷ ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ১৭৪ টি শিশু – কিশোৰো কোভিডত আক্ৰান্ত হৈছে ৷ কৰ্ণাটকত একেলগে ইমানসংখ্যক…

অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?

ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই। কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক…