মমতাৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক হিমন্তৰ ‘অৰুণোদয়’ৰে প্ৰত্যাহ্বান

পশ্চিমবংগত এতিয়া লক্ষ্মী ভাণ্ডাৰ বনাম অৰুণোদয়ৰ যুঁজ ৷ মমতা বেনাৰ্জীৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক এইবাৰ পশ্চিমবংগ বিজেপিয়ে কাউন্টাৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ ‘অৰুণোদয়’ আঁচনিৰে ৷ তৃতীয়বাৰৰ বাবে পশ্চিমবংগত ক্ষমতালৈ অহা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰে পশ্চিমবংগত আৰম্ভ কৰিবলৈ লৈছে লক্ষ্মী ভাণ্ডাৰ…

কেনেকৈ এ আৰ ৰহমানৰ মিউজিক চুৰিত অভিযুক্ত হ’ল অসম চৰকাৰ ?

সংগীত জালিয়াতিৰ অভিযোগত অভিযুক্ত হৈছে অসম চৰকাৰ ৷ বিশ্ব বিশ্ৰুত সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক চুৰিৰ অভিযোগ উত্থাপণ হৈছে অসম চৰকাৰৰ বিৰুদ্ধে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ ১০০ দিন সম্পূৰ্ণ হোৱা…

আফগান তৰুণীক সজাইছে যৌনদাসী  : পূৰ্বৰ ন্যায়াধীশৰ মুখত তালিবানৰ নৃশংসতাৰ কাহিনী

তালিবানৰ নৃশংসতা আৰু বৰ্বৰতাৰ এক ভয়াৱহ কাহিনী সংবাদমাধ্যমৰ আগত বৰ্ণনা কৰিছে আফগানিস্তানৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশে ৷ দেশখনৰ প্ৰাক্তন ন্যায়াধীশ নাজলা আয়ুবিয়ে আমেৰিকাৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয়-‘সিহঁতে ঘৰে ঘৰে গৈ মহিলাসকলক খাদ্য ৰান্ধিবলৈ নিৰ্দেশ দিয়ে ৷  খাদ্য খাবলৈ বেয়া…

তালিবানৰ দখলত আফগানিস্তান : ইয়াৰ পাছত কি ?

বিপুল কলিতা এনে খুব কম মানুহ ওলাব , যিয়ে সন্ত্ৰাস আৰু বৰ্বৰতাৰ সমাৰ্থক শব্দ হৈ পৰা তালিবানৰ নাম শুনা নাই। ইছলামিক “শৰিয়া” আইনক  কঠোৰভাৱে প্ৰয়োগ কৰাৰ লক্ষ্যৰে,  স্থানীয়  আফগানসকলক ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তালিবান আৰু তেওঁলোকৰ মিত্ৰশক্তিয়ে কৰা  গণহত্যা…

প্ৰশিক্ষণৰ সময়তে ১ জন জোৱানৰ মৃত্যু , ৩০ চিকিৎসাধীন

প্ৰশিক্ষণৰত অৱস্থাতে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ভাৰতীয় সেনা জোৱানে ৷ এই ঘটনা সংঘটিত হৈছে পাঠানকোটৰ সমীপৰ ভাৰতীয় সেনাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি পাঠানকোটৰ সমীপৰ মামুন সেনা শিবিৰত হিট ষ্ট্ৰ’কৰ ফলত এজন সেনা জোৱানৰ মৃত্যু…

কাবুলত ৭২ ভাৰতীয়ক অপহৰণ তালিবানৰ !

কাবুল বিমান বন্দৰলৈ যোৱাৰ পথত তালিবানে ১৫০ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ অপহৃতসকলৰ ভিতৰত বহুকেইগৰাকী ভাৰতীয়ও আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ৷ জানিব পৰা মতে , কাবুল বিমানবন্দৰলৈ যোৱাৰ পথতে এই ব্যক্তিসকলক তালিবানে অপহৰণ কৰে ৷…

তালিবানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হ’ল কোন কোন ?

তালিবানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ তালিকা – মৌলানা ফাইজুল কৰিম (৪৯), দৰঙ আবু বক্কৰ ছিদ্দিকী (৫৫) , কামৰূপ(গ্ৰাম্য) ছাইদুল হক (২৯), কামৰূপ(গ্ৰাম্য) জাৱেদ মজুমদাৰ , কাছাৰ মজিদুল ইছলাম (২৫) , বৰপেটা ফাৰুক হুছেইন খান (৩২) , বৰপেটা ছায়দ…

অসমৰ ১২ তালিবান সমর্থকক গ্ৰেপ্তাৰ

তালিবানৰ সমর্থনত ছচিয়েল মেডিয়াত প’ষ্ট দিয়া ১২ ব্যক্তিক গ্ৰেপ্তাৰ৷ ১০ জিলাত অভিযান চলাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তালিবান সমর্থকক৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ,মৌলানা৷ বিদেশত থাকি তালিবানক সমর্থন কৰা অসমৰ লোককো চিনাক্ত৷  

সুখবৰ! ১২ বছৰৰ উৰ্ধৰ শিশুয়ে লাভ কৰিব ক’ভিড ভেকচিন

দেশত ক’ভিডে ধ্বংসলীলা চলাই থকাৰ মাজতে ১২ বছৰৰ উৰ্ধৰ শিশু সকলৰ বাবে আহিছে এটা সুখবৰ। গুজৰাটস্থিত জাইডাছ কেডিলাৰ ZyCoV-D নামৰ ভেকচিনটোয়ে শুক্ৰবাৰে ১২ বছৰৰ উৰ্ধৰ শিশু আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে জৰুৰীকালীন অনুমোদন লাভ কৰিছে। অৰ্থাৎ ভাৰতত ১২ৰ পৰা ১৮…

তালিবানৰ দখলৰ পৰা কোনে মুক্ত কৰিলে ৩ জিলা ?

তালিবানে বন্দুকৰ বলত আফগানিস্তানৰ ক্ষমতা দখল কৰিলেও আকৌ ঐক্যবদ্ধ হ’বলৈ লৈছে তালিবান বিৰোধী গোটসমূহ ৷ এই গোটসমূহে তালিবানৰ দখলৰ পৰা নিজৰ নিজৰ অঞ্চলসমূহ পুণৰুদ্ধাৰৰ বাবে যুদ্ধ আৰম্ভ কৰিছে ৷ শুকুৰবাৰে বাগলান প্ৰদেশৰ বানু, পুল-ই-হিচাৰ, আৰু দে-ছালাহ জিলা তিনিখন বিৰোধী জোটে…