শ্ৰেণী ৰাজ্য

আপোনাৰ শিশুটি আপোনাৰ ঘৰখনতেই আজি সুৰক্ষিত হৈ আছেনে?

কালি অসমৰ ৪২ টাকৈ শিশু,শিশু সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰিলে অসম আৰক্ষীয়ে৷চিকিমৰ পৰা এই সকল শিশুক ঘূৰাই অনাৰ পিছতেই জৰুৰী বৈঠকৰো আহ্বান কৰিলে হিমন্ত বিশ্ব শর্মাই৷আপুনিও যদি কোনো শিশুৰ পিতৃ-মাতৃ অথবা অভিভাবক,তেন্তে এই বিষয়টো অপুনিও গুৰুত্বসহকাৰে গ্ৰহণ কৰা উচিত৷আপুনিও জনা…

কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ?

আজি ঘোষণা হ’ব নেকি – অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নাম ? শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে এই প্ৰশ্নৰে ৷ শেহতীয়া লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পাছত  সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই ৷ সেই…

  আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-

আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ- ১- একচনীয়া পট্টা, তৌজি পট্টা, দেৱোত্তৰ ভূমিত কৃষি কাৰ্য কৰা কৃষক, বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা পোৱাৰ বাবে যোগ্য কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক, উদ্যান শস্যৰ কৃষকসকলেও পি এম কিষাণ আঁচনিৰ অধীনত সা-সুবিধা লাভ কৰিব৷ ২-…

প্ৰি কোৱার্টাৰলৈ উন্নীত অসম কণ্যা লাভলীনা বৰগোহাই৷

টকীঅ’ৰ পৰা সুখবৰ৷প্ৰি কোৱার্টাৰলৈ উন্নীত অসম কণ্যা লাভলীনা বৰগোহাই৷ ভাৰতক প্ৰতিনিধিত্ব কৰি  টকীঅ’ অলিম্পিকলৈ যোৱা অসম কণ্যা লাভলীনা বৰগোহাইৰ প্ৰথমটো সফলতাই এতিয়াই আনন্দৰ বন্যা কঢ়িয়াই আনিছে অসমলৈ৷

মেট্ৰিকৰ পৰীক্ষাৰ্থীক লৈ আৰু কিমান খেলা চলিব ?

বয়স তেওলোকৰ পোন্ধৰ অথবা ষোল্ল ৷ কুমলীয়া বয়সতে কান্ধ পাতি ল’বলগীয়া হৈছে অভিভাৱকৰ সপোন আৰু এখন সমাজৰ আকাংক্ষাৰ বোজা ৷ নম্বৰ আৰু ফলাফল সৰ্বস্ব শিক্ষা ব্যৱস্থাত তেওলোক সাজু হৈছিল জীৱনৰ প্ৰথমটো বৃহৎ পৰীক্ষাৰ বাবে ৷ কিন্তু কোভিড মহামাৰীয়ে সূচনা কৰিলে…

অসমৰ ৮ লাখ কৃষকে কিয় ঘূৰাই দিব লাগিব ৫৫৪ কৌটি টকা ?

শেহতীয়াকৈ অসম আন এক অবাঞ্চিত অভিলেখৰ গৰাকী হৈছে ৷ ভুৱা কৃষকৰ পৰিসংখ্যাত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম ৷ এই তথ্য সদনত দাঙি ধৰিছে খোদ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷ মঙলবাৰে সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সোধা হৈছিল যে পি এম কিষাণ…

পেগাছাছৰ টাৰ্গেটত ড:সমুজ্জ্বল ভট্টাচাৰ্য , অনুপ চেতিয়া

দেশজুৰি খলকনিৰ সৃষ্টি কৰা পেগাছাছ টাৰ্গেট লিষ্টত  এইবাৰ আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ফোন নম্বৰো পোৱা গৈছে  ৷ দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি , দেশৰ যিসকল লোকৰ ফোন নম্বৰত পেগাছাছ ভাইৰাছ সংস্থাপিত…

অখিল গগৈৰ প্ৰতি কিমান সহমৰ্মী ডা: নোমল মমিন ? ক’লে অখিলৰ ঘণিষ্ঠ কমলে

সোমবাৰে বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি নিজৰ ভাষণ আগবঢ়াই আছিল ৷ সেই সময়ত বিধানসভাৰ অধ্যক্ষৰ আসনত আছিল উপাধ্যক্ষ ডা: নোমল মমিন ৷ অখিল গগৈৰ বাবে নিৰ্ধাৰিত সময় আছিল ৪ মিনিট ৷ কিন্তু তেও প্ৰায় ৭ মিনিট…

মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসমত ১ হাজাৰ সেনা

মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে নিয়োগ কৰিব ১ হাজাৰ “সেনা ” ৷ সোমবাৰে বিধানসভাৰ মজিয়াত এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সদনত জনসংখ্যা বিষয়ক আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এহেজাৰ সংখ্যালঘু যুৱকক লৈ পপুলেশ্যন কন্ট্ৰ’ল আৰ্মি…

ক’ত কি খোলা , কি বন্ধ : নতুন SOP ৰ সবিশেষ –

ৰাজ্য খনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  ঘোষনা কৰে নতুন SOP ৷ অহা মঙ্গলবাৰ (২০ জুলাই/২০২১)ৰ পুৱা ৫ বজাৰ পৰা এসপ্তাহলৈ প্ৰযোজ্য হ’ব এই এছ অ’ পি ৷ কি আছে নতুন এছ অ’ পিত , সবিশেষ…