Investigative reporting with dedication.
EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা

সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা , গৌতম প্ৰতীম গগৈ (এই প্ৰতিবেদন দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে) কোভিড মহামাৰীয়ে যি সময়ত সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল, জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই…










